ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court I ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ সংঘাতক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
March 1, 2023
Reading Time: 1 min read
A A
0
Supreme Court I ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ সংঘাতক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা

RELATED POSTS

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

ৰাজ্যৰ ৰাজ্যপাল (Governor) আৰু নিৰ্বাচিত চৰকাৰৰ (Elected Government) মাজত সংঘাতৰ (Conflict) সৃষ্টি হোৱা অৱস্থাত উভয় পক্ষলৈ এক শক্তিশালী বাৰ্তা দিয়ে উচ্চতম ন্যায়ালয়ে (Supreme Court)।বিধানসভাৰ অধিবেশন আহ্বানক লৈ পঞ্জাব (Punjab)ৰ ভগৱন্ত মান (Bhagwant Mann) চৰকাৰৰ সৈতে ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ মতানৈক্য উচ্চতম ন্যায়ালয় গৈ পায়।

Supreme Court
Supreme Court pulls up CM Mann, governor over Punjab row:

এই গোচৰত আজি উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্যপালৰ ওচৰত তথ্য দাখিল কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ।যদি তেওঁ তেনেকুৱা নকৰে তেতিয়াহে বুজা যাব যে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক কৰ্তব্য পালন কৰা নাই। আনহাতে, বিধানসভাৰ অধিবেশন আহ্বান কৰাৰ একক ক্ষমতা ৰাজ্যপালৰ নাই। উচ্চতম ন্যায়ালয়ে অনুভৱ কৰে যে বনৱাৰীলাল পুৰোহিতে বিধানসভাৰ অধিবেশন আহ্বান কৰিবলৈ দিয়া আইনী পৰামৰ্শৰ কোনো ন্যায্যতা নাই। ন্যায়াধীশসকলে কয় যে অধিবেশন আহ্বান কৰাৰ বাবে ৰাজ্যপাল বিশেষভাৱে দায়বদ্ধ।

পশ্চিমবংগ, কেৰালা, তেলেংগানা, তামিলনাডুৰ দৰে বিৰোধীশাসিত ৰাজ্যত ৰাজ্যপালসকলে নিৰ্বাচিত চৰকাৰৰ সৈতে বিভিন্ন বিষয়ত সংঘাতত লিপ্ত হৈছে। দিল্লীত অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ সৈতে উপ ৰাজ্যপালৰো মতানৈক্য তীব্ৰতৰ হৈ পৰিছে। এই প্ৰেক্ষাপটত আজিৰ উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ বিশেষভাৱে গুৰুত্বপূৰ্ণ।

পঞ্জাবৰ গোচৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰে মন্তব্য কৰি কয়, “গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক মতভেদ থাকিবই। কিন্তু ইয়াৰ মাজতে কামটো সঠিকভাৱে আগুৱাই নিব লাগিব। আৰু সেই নীতি মানি নচলিলে সংবিধান ৰূপায়ণ সংকটত পৰিব।” লগতে তেওঁ কয় যে ৰাজ্যপালৰ পদটো কোনো ৰাজনৈতিক দলৰ পদ নহয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Punjabsupreme courtউচ্চতম ন্যায়ালয়পঞ্জাব
Share5Tweet3Send

Related Posts

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

by News Desk
August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
52
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
58
ADVERTISEMENT
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d