ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 27, 2026
Reading Time: 1 min read
A A
0
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

RELATED POSTS

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

New Logo Smal 3 | ASSAM TIMES POST

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সতৰ্কবাণীক আওকাণ কৰি ভাৰতে ৰাছিয়াৰ সৈতে নতুন (India is new with Russia) প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ (Defense agreement signing) কৰিছে। ১২০ কোটি ডলাৰ (প্ৰায় ১১,৫০০ কোটি টকা) মূল্যৰ এই চুক্তিত মস্কোৰ পৰা ‘এয়াৰবৰ্ণ ৱাৰ্নিং এণ্ড কণ্ট্ৰল ছিষ্টেম’ (এৱাকছ) ক্ষেপণাস্ত্ৰ ক্ৰয় কৰা হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰৰ উদ্ধৃতিৰে বুধবাৰে জনোৱা মতে, এই নতুন চুক্তিৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ ৰাছিয়াৰ সুখয় SU-30MKI যুঁজাৰু জেট স্কোৱাড্ৰনৰ বাবে আৰ-৩৭এম ‘এয়াৰ টু এয়াৰ’ মিছাইল ক্ৰয় কৰা হ’ব, যাক ‘এৱাকছ কিলাৰ’ বুলিও কোৱা হয়। নতুন দিল্লীয়ে প্ৰথম বেটচত ৩০০ ক্ষেপণাস্ত্ৰৰ অৰ্ডাৰ দিছে। প্ৰতিৰক্ষা বিশেষজ্ঞৰ এটা অংশৰ মতে, ভাৰতীয় বায়ুসেনাই এই দীৰ্ঘ দূৰত্বৰ এৱাকছ ক্ষেপণাস্ত্ৰসমূহ অধিগ্ৰহণ কৰিলে দক্ষিণ এছিয়াৰ সামৰিক ভাৰসাম্য বহু পৰিমাণে সলনি হ’ব। তেওঁলোকৰ মতে ‘এছ-৪০০ ট্ৰাইমফ’ এয়াৰ ডিফেন্স ছিষ্টেম আৰু ছুপাৰছনিক ক্ৰুজ মিছাইল ব্ৰহ্মছৰ পিছত এইবাৰ আন এটা ৰাছিয়ান মিছাইল সংঘাতৰ পৰিস্থিতিত ‘গেম চেঞ্জাৰ’ হ’ব পাৰে।

defance | ASSAM TIMES POST
ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

প্ৰাসংগিকভাৱে ‘এয়াৰবৰ্ণ ৰাডাৰ’ নামেৰে জনাজাত ‘এৱাকছ’-এ যুদ্ধৰ পৰিস্থিতিত যুঁজাৰু বিমান আৰু ক্ষেপণাস্ত্ৰৰ ‘লক্ষ্য’ক সঠিকভাৱে চিনাক্ত কৰাত সহায় কৰে। ইয়াৰ উপৰি এই এয়াৰবৰ্ণ ব্যৱস্থাটোত আছে ‘ইণ্টিগ্ৰেটেড ৰাডাৰ ৱাৰ্নিং ৰিচিভাৰ’, যিয়ে শত্ৰুৰ ৰাডাৰক ‘জাম’ কৰিবলৈ সক্ষম। ইয়াৰ উপৰি ‘AWACS’ শত্ৰুৰ ক্ষেপণাস্ত্ৰৰ আগতীয়া সতৰ্কবাণী প্ৰদান কৰিবলৈ সক্ষম।

ভাৰতীয় বায়ুসেনাৰ হাতত এতিয়াও পাকিস্তান বা চীনৰ এৱাকছৰ বহৰ ধ্বংস কৰিব পৰা কোনো দীৰ্ঘ দূৰত্বৰ ‘এয়াৰ টু এয়াৰ’ ক্ষেপণাস্ত্ৰ নাই। আৰ-৩৭এম (আমেৰিকাৰ নেতৃত্বত চলা সামৰিক মিত্ৰজোঁট নাটোৱে ‘এ এ-১৩ এক্সহেড’ বুলি চিনাক্ত কৰা) বিমানে সেই ব্যৱধান পূৰণ কৰিব। প্ৰায় ৪.২ মিটাৰ দীঘল আৰু ৬০০ কিলোগ্ৰাম ওজনৰ এই হাইপাৰছ’নিক (শব্দৰ গতিতকৈ পাঁচগুণ বা তাতকৈ অধিক) ক্ষেপণাস্ত্ৰই ৬০ কিলোগ্ৰামৰ ‘হাই এক্সপ্লোচিফ ফ্ৰেগ্মেণ্টেচন ৱাৰহেড’ৰে প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত আঘাত কৰিব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndiaRussiaDefenceties
Share4Tweet3Send

Related Posts

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
52
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
58
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
57
ADVERTISEMENT
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d