ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

দিল্লীত ৩ বছৰীয়া শিশুকন্যাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ ! গ্ৰেপ্তাৰ ২ যুৱক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 4, 2023
Reading Time: 1 min read
A A
0
দিল্লীত ৩ বছৰীয়া শিশুকন্যাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ ! গ্ৰেপ্তাৰ ২ যুৱক

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

পুনৰ দিল্লীত (Delhi) দলবদ্ধ ধৰ্ষণৰ (Gang Rape) অভিযোগ উত্থাপন। ৩ বছৰীয়া শিশুকন্যাক দলবদ্ধ ধৰ্ষণৰ অভিযোগত ২ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিল্লীৰ ফাতেহপুৰ (Fatehpur) বেৰী অঞ্চলৰ ঘটনা।

Gand Rape
দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা

আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱাৰে পৰা শিশুটি সন্ধানহীন হৈ আছিল। ইয়াৰ পিছত মাক-দেউতাকে শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰে। ওচৰ-চুবুৰীয়া এজনে তেওঁলোকক কয় যে তেওঁ শিশুটিক ওচৰৰ হাবি এখনৰ ফালে যোৱা দেখিছিল। চুবুৰীয়াই লগতে কয় যে শিশুটিৰ সৈতে ২ জন যুৱক আছিল।

তাৰ পিছত মাক-দেউতাকে হাবিত শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰে। তাত তেওঁলোকে কেঁচুৱাটোক কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগতে শিশুটিক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছত পিতৃ আৰু মাতৃয়ে শিশুটিক লৈ থানালৈ যায়। পিছত শিশুটিক তাৰ পৰাই ইএমএছলৈ লৈ যোৱা হয়। শিশুটি তাত চিকিৎসাধীন হৈ আছে।

ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে ৰমনিবাস পানিকা (Ramnivas Panika) নামৰ ২৭ বছৰীয়া যুৱক আৰু শক্তিমান সিং (Shaktiman Singh) নামৰ ২২ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। দুয়োজন যুৱকেই বিবাহিত। আৰক্ষীয়ে জানিব পাৰে যে তেওঁলোকে আগতে উক্ত অঞ্চলত শ্ৰমিক হিচাপে কাম কৰিছিল।

দিল্লীত সংঘটিত হোৱা নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ ফলত দেশত হুলস্থুলৰ সৃষ্টি হয়। তাৰ পিছতো পোহৰলৈ আহিছে কেইবাটাও ধৰ্ষণৰ ঘটনা। শেহতীয়াকৈ দক্ষিণ পশ্চিম দিল্লীৰ হৰিদাস নগৰ অঞ্চলত পোহনীয়া কুকুৰ আৰু পথৰ কুকুৰক খুৱাই থকা অৱস্থাত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ-পূব দিল্লীৰ উত্তমনগৰ অঞ্চলত জন্মদিনৰ পাৰ্টিত ২ গৰাকী কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগ যোৱা বৃহস্পতিবাৰে পোহৰলৈ আহে।

Tags: দিল্লী
Share4Tweet3Send

Related Posts

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

by News Desk
June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

by News Desk
June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT