ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

স্বাধীন ভাৰতৰ প্ৰথম বাজেটখন কেনে আছিল? কি কেলেংকাৰী হৈছিল বাজেটত

নিউজ ডেস্কঃ

News Desk by News Desk
January 31, 2023
Reading Time: 1 min read
A A
0
স্বাধীন ভাৰতৰ প্ৰথম বাজেটখন কেনে আছিল? কি কেলেংকাৰী হৈছিল বাজেটত

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

বুধবাৰে দ্বিতীয়খন মোদী চৰকাৰৰ বাজেট (Second Modi government’s budget) পাঠ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman)। ২০২৪ চনত লোকসভা নিৰ্বাচন। তাৰ পূৰ্বে এইখন মোদী চৰকাৰৰ অন্তিমখন সম্পূৰ্ণ বাজেট। স্বাভাৱিকতে এই ২০২৩ চনৰ বাজেটখনক কেন্দ্ৰ কৰি নাগৰিকসকলৰ যথেষ্ট আশা আছে।

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী
প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী ছাৰ আৰ কে সন্মুখম শেট্টী:

কিন্তু স্বাধীনতাৰ পিছৰ প্ৰথমখন বাজেটক কেন্দ্ৰ কৰি দেশবাসীৰ বহু আশা আৰু আকাংক্ষা আছিল। বাজেটখন কেনে আছিল?১৯৪৭-৪৮ চনৰ সেই বাজেটখন পঢ়িছিল তেতিয়াৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী ছাৰ আৰ কে সন্মুখম শেট্টীয়ে। কিন্তু তেওঁ কোনো কংগ্ৰেছ নেতা নাছিল। বৰঞ্চ জাষ্টিচ পাৰ্টিৰ নেতা, ইংৰাজৰ সমৰ্থক। ইয়াৰ উপৰি তেওঁ আছিল এজন উদ্যোগী। তাৰ আগতে তেওঁ কোচি ৰাজ্যৰ দিৱান আৰু সাংবিধানিক বিষয়ৰ পৰামৰ্শদাতা আছিল।

স্বাধীনতাৰ পিছত দেশৰ প্ৰথম বাজেটত মুঠ আবণ্টন আছিল ১৯৭.৩৯ কোটি টকা। ইয়াৰে ৯২.৭৪ কোটি টকা প্ৰতিৰক্ষা খণ্ডলৈ আবণ্টন দিয়া হৈছিল। বাজেটৰ ৪৬ শতাংশ। সেই সময়ত সন্ধিয়া ৫ বজাত বাজেট পঢ়া হৈছিল। কাৰণ, ভাৰতীয় নেতা-মন্ত্ৰীসকলে বিচাৰিছিল যে ব্ৰিটিছ সংসদৰ সদস্যসকলে বাজেটৰ কথা শুনিব।

ভাৰতত যেতিয়া সন্ধিয়া ৫ বাজে, তেতিয়া লণ্ডন প্ৰায় চাড়ে পাঁচ ঘণ্টা পিছ পৰি থাকে, মানে নিশা ১১.৩০। সেই হিচাপৰ ওপৰত ভিত্তি কৰি বাজেট পঢ়াৰ সময় নিৰ্ধাৰণ কৰা হৈছিল।সংসদত প্ৰথম বাজেট পঢ়াৰ পূৰ্বে তেওঁৰ বহু তথ্য সংবাদ মাধ্যমৰ আগত ফাদিল হৈছিল।

ব্ৰিটিছ ৰাজকোষৰ চ্যান্সেলৰ (বিত্তমন্ত্ৰী) হিউ ডাল্টন। সাংবাদিকৰ বাজেটত কৰ ৰেহাইৰ তথ্য ফাদিল কৰিছিল ডাল্টনে এটা কাহিনীৰ আঁৰত। তাৰবাবদ ধনো দিবলগা হৈছিল। ডাল্টনে পদত্যাগ কৰিবলগীয়া হৈছিল। তেতিয়াৰ পৰাই কেন্দ্ৰীয় চৰকাৰ গোপনীয়তাৰ প্ৰতি সতৰ্ক হৈ পৰিছে।

এতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো কৰ্মদিনত বাজেট পাঠ কৰে। যাতে এপ্ৰিল মাহত নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে বাজেট প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিব পৰা যায়। একে সময়তে বাজেটখন আগবঢ়াই অনাৰ কাৰণো মোদী চৰকাৰে দিছিল যাতে বাৰিষা আৰম্ভ হোৱাৰ আগতেই নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পৰা যায়। ২০১৬ চনলৈকে ফেব্ৰুৱাৰী মাহৰ শেষ কৰ্মদিনত বাজেট পঢ়া হৈছিল। এতিয়া সেই পৰম্পৰা সলনি হৈছে।

Tags: Scam budgetকেলেংকাৰী বাজেটত
Share4Tweet3Send

Related Posts

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
ADVERTISEMENT
Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি
National-International

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026
50
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু
National-International

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
50
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx