ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

যোগীৰ বিৰুদ্ধে ছুইজাৰলেণ্ডত অভিযোগ দাখিল:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 20, 2023
Reading Time: 1 min read
A A
0
সংখ্যালঘু উন্নয়নৰ ধন খৰচত অনীহা : বিতর্কত যোগী আদিত্য নাথ

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

২০১৯ চনৰ ডিচেম্বৰৰ পৰা ২০২০ চনৰ জানুৱাৰীলৈকে ছুইজাৰলেণ্ড (Switzerland )ত উত্তৰ প্ৰদেশ (Uttar Pradesh) ৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (Yogi Adityanath) ৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰুদ্ধে ৰাজ্যজুৰি হোৱা প্ৰতিবাদক নিৰ্মমভাৱে দমন কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। ‘গেৰ্নিকা ৩৭ চেম্বাৰ্ছ’ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই দেশখনৰ দণ্ডবিধিৰ (Genocide and crimes against humanity) ২৬৪ নং অনুচ্ছেদৰ অধীনত ছুইজাৰলেণ্ডৰ ফেডাৰেল প্ৰচিকিউটৰ কাৰ্যালয়ত এই অভিযোগ দাখিল কৰিছে।

Yogi Adityanath
যোগী আদিত্যনাথৰ বিৰুদ্ধে ছুইজাৰলেণ্ডত অভিযোগ:

ৰখা হৈছে। তেওঁলোকৰ জীৱন আৰু সুৰক্ষাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।“Guernica 37 Chambers”-এ এক বিবৃতিত কয়- “উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত বহু লোকে ভুৱা গোচৰত জে’ল খাতিবলগা হৈছে। বহু লোকৰ হত্যা হৈছে আৰু অত্যাচাৰৰ বলি হৈছে। অপৰাধমূলক প্ৰতিবেদন অনুসৰি, ভাৰতৰ সাধাৰণ জনতাৰ ওপৰত মূলতঃ মুছলমানৰ ওপৰত যিধৰণে আক্ৰমণ সংঘটিত হৈছিল সেয়া মানৱতাৰ বিৰুদ্ধে অপৰাধ।”

সংগঠনটোৱে লগতে কয় যে ৰাজ্যৰ আৰক্ষীয়ে যি কৰিলে সেয়া যোগী আদিত্যনাথকে ধৰি উত্তৰ প্ৰদেশ চৰকাৰৰ শীৰ্ষ সদস্যৰ নিৰ্দেশত কৰা বুলি তেওঁলোকৰ বিশ্বাস। সংগঠনটোৰ বিবৃতিত কোৱা হৈছে, “২০১৯ চনৰ ১৯ ​​ডিচেম্বৰত যোগীয়ে দিয়া ভাষণত আৰক্ষীক কয় যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ‘প্ৰতিশোধ’ ল’ব লাগে। ইয়াৰ পৰা দেখা যায় যে ৰাজ্যত আৰক্ষীয়ে যি হিংসাত্মক কার্য সংঘটিত কৰিছে তাত মুখ্যমন্ত্রীৰ সমর্থন আছে৷”

উল্লেখ্য, ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হৈছিল। ইয়াৰ পিছত বহু লোক এই আইনৰ বিৰুদ্ধে গৈছিল। অভিযোগ অনুসৰি, প্ৰতিবাদ দমনৰ নামত আৰক্ষীয়ে কমেও ২২ জন লোকক হত্যা কৰে। ১১৭ জন লোকক নিৰ্যাতন চলাইছিল। হঠাতে গ্ৰেপ্তাৰ হৈছিল ৩০৭জন লোক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: যোগী
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d