ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ৰাষ্ট্ৰপতিৰ জিলা ময়ুৰভঞ্জত নতুন বিমানবন্দৰৰ অনুমোদন কেন্দ্ৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 23, 2022
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰপতিৰ জিলা ময়ুৰভঞ্জত নতুন বিমানবন্দৰৰ অনুমোদন কেন্দ্ৰৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

ৰাষ্ট্ৰপতি President  স্বয়ং এই জিলাখনৰ ব্যক্তি। দেশৰ সম্ভাৱ্য প্ৰথম নাগৰিক হিচাপে দ্ৰৌপদী মুৰ্মুৰ Droupadi Murmu নাম ঘোষণা কৰাৰ পিছতে নিশাৰ ভিতৰতে লাইমলাইটলৈ আহে ওড়িশাৰ Odishaময়ুৰভঞ্জ জিলা। এইবাৰ এই জিলাখনেও বিমানবন্দৰ পাবলৈ গৈ আছে।

ৰাষ্ট্ৰপতিৰ জিলা ময়ুৰভঞ্জত নতুন বিমানবন্দৰইতিমধ্যে এই জিলাত এটা পৰিত্যক্ত বৃটিছ যুগৰ বিমানবন্দৰ আছিল। ওড়িশা চৰকাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি ইয়াৰ সংস্কাৰ আৰু পুনৰ আৰম্ভ কৰিব বিচাৰিছে। মঙলবাৰে এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমতি মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰযোগে প্ৰদান কৰিছে। ইয়াৰ উপৰি দ্ৰুতগতিত কাম আৰম্ভ কৰিব বুলিও কোৱা হৈছে।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছে এই অস্থায়ী বিমানবন্দৰটো নিৰ্মাণ কৰিছিল। ১৯৪৫ চনত প্ৰথম বিশ্বযুদ্ধৰ শেষলৈকে এই বিমানবন্দৰটো কাৰ্যক্ষম হৈ আছিল। স্বাধীনতাৰ পিছত চৰকাৰী সংস্থা ডি আৰ ডি অʼই প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নৰ বাবে ১৬০.৩৫ একৰ মাটিৰ মালিকীস্বত্ব লাভ কৰে।

জানিব পৰা মতে, এই বিমানবন্দৰটো ময়ুৰভঞ্জৰ জিলা সদৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত থকা ৰাসগোবিন্দপুৰত নিৰ্মাণ কৰা হʼব। ডি আৰ ডি অʼই বিমানবন্দৰৰ বাবে ঠাইখন মুকলি কৰিবলৈ সন্মত হয়।

অৱশ্যে ক্ষতিপূৰণ হিচাপে ২৬ কোটি টকা দিব লাগিব ওড়িশা চৰকাৰে। বিমানবন্দৰটো কাৰ্যক্ষম হʼলে ওড়িশাৰ বাকী উত্তৰ অংশৰ সৈতে সংযোগ সহজ হʼব বুলি আশা কৰা হৈছে। মূলতঃ পৰ্যটনস্থলী যেনে ছিমলিপাল, চণ্ডীপুৰ, তালছাৰী বিলৰ সৈতে ভুৱনেশ্বৰ বা কটকৰ সৈতে অধিক সুকলমে সংযোগ থাকিব।

Tags: presidentৰাষ্ট্ৰপতি
Share4Tweet3Send

Related Posts

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

by News Desk
June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

by News Desk
June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

by News Desk
June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx