ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাকিস্তানক ৰুধিবলৈ দিল্লীৰ নতুন প্রচেষ্টা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 19, 2022
Reading Time: 1 min read
A A
0
পাকিস্তানক ৰুধিবলৈ দিল্লীৰ নতুন প্রচেষ্টা

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য নিৰীক্ষণ কৰা সংস্থা ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ বা এফ এ টি এফৰ তালিকাৰ পৰা পাকিস্তানক আঁতৰোৱাত বাধা দিবলৈ নতুন দিল্লীয়ে চেষ্টা কৰিছে। চলিত মাহৰ ২০ তাৰিখৰ পৰা পেৰিছত অনুষ্ঠিত হʼব FATFৰ বৈঠক। কূটনৈতিক পৰিৱেশ অনুসৰি, ২০১৮ চনৰ পৰা এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ ধূসৰ তালিকাত থকা পাকিস্তানক এইবাৰ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

এফ এ টি এফে এই সিদ্ধান্ত লোৱাত বাধা দিবলৈ ভাৰতে সকলো প্ৰচেষ্টা চলাব। নতুন দিল্লীয়ে পাকিস্তানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি আৰু তাৰ পৰা নিৰন্তৰ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সৰবৰাহৰ প্ৰমাণ এফ এ টি এফৰ সন্মুখত দাখিল কৰিব। ইয়াৰ পূৰ্বে জুন মাহত অনুষ্ঠিত হৈছিল এফ এ টি এফৰ বৈঠক।

ইয়াৰ পিছতে বিবৃতিটোত কোৱা হৈছে যে পাকিস্তানে দুটা সন্ত্ৰাসবাদ বিৰোধী কাৰ্যসূচী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিছে, যʼত ৩৪টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছত ২৯ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে এফ এ টি এফৰ ১৫ জনীয়া এটা দলে পাকিস্তান ভ্ৰমণ কৰে। পেৰিছৰ বৈঠকত তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হʼব। এই প্ৰতিবেদন পাকিস্তানৰ বাবে আশ্বস্ত কৰা বুলি বিবেচিত হৈছে।

এফ এ টি এফৰ বৈঠকৰ ঠিক আগতে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে কৈছিল, “পাকিস্তান হৈছে বিশ্বৰ সন্ত্ৰাসবাদৰ মূল কেন্দ্ৰ। আজিও ভাৰতকে ধৰি বিভিন্ন স্থানত সন্ত্ৰাসবাদ বিয়পোৱাৰ প্ৰধান উৎস।”

শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকা ভ্ৰমণ কৰি জি-২০ দেশৰ বিত্তমন্ত্ৰীসকলৰ সৈতে কথা পাতিছিল। তাত নিৰ্মলাই সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিষয়ে কয়। পিছলৈ অৱশ্যে তেওঁ তাত কোনো বিশেষ দেশৰ নাম উল্লেখ কৰা নাই বুলিও তেওঁ কয়৷

২০১৮ চনৰ জুন মাহৰ পৰা এফ এ টি এফৰ ধূসৰ তালিকাত আছে পাকিস্তান। অবৈধ বিত্তীয় লেনদেন, দুৰ্নীতি আৰু সন্ত্ৰাসবাদী বিত্তীয় সাহায্য ৰোধ কৰিবলৈ দেশৰ আইনী ব্যৱস্থা, তদন্ত আৰু নিয়ন্ত্ৰণ ব্যৱস্থা পৰ্যাপ্ত নহʼলে দেশখনক বিপদজনক বুলি গণ্য কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পাকিস্তানসন্ত্ৰাসবাদ
Share4Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
57
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
51
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d