ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

মুখ খুলিলেই পাব ‘বিদ্ৰোহী’ উপাধি, দাবী বিজেপি নেতাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 17, 2022
Reading Time: 1 min read
A A
0
মুখ খুলিলেই পাব ‘বিদ্ৰোহী’ উপাধি, দাবী বিজেপি নেতাৰ

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

বিজেপিৰ সাংসদ বৃজভূষণ চৰণ সিঙে কয় যে উত্তৰ প্ৰদেশৰ শেহতীয়া বানপানীত বিধ্বস্ত অঞ্চলৰ বাসিন্দাসকলক ‘ভগৱানক ভৰসা কৰি’ এৰি কৰি দিয়া হৈছে। তেওঁৰ লগতে মন্তব্য, ইয়াৰ সমালোচনা কৰিলে বিদ্ৰোহী উপাধি পাব।

বিজেপি নেতা
যোগী আদিত্যনাথৰ ৰাজ্যত বিজেপি দলৰ পৰা ছয়বাৰকৈ নিৰ্বাচিত হোৱা সাংসদগৰাকীৰ এই মন্তব্যক লৈ একাংশ ৰাজনীতিবিদে অনুভৱ কৰে যে ৰাজ্য চৰকাৰ অলপ অস্বস্তিত পৰিছে।শেহতীয়াকৈ উত্তৰ প্ৰদেশত হোৱা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাটাও অঞ্চলত বানপানীৰ সৃষ্টি হৈছে।
নিজৰ গৃহ জিলা কৈছেৰগঞ্জৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বৃজভূষণে কয়, “বান ব্যৱস্থাপনা আৰু সাহায্যৰ ক্ষেত্ৰত এনে বিশৃংখলতা মই কেতিয়াও দেখা নাই৷ সমালোচনাও কৰিব পৰা নাই এতিয়া। কাৰণ সমালোচনা কৰিলে বিদ্ৰোহী বুলি উপাধি দিয়া হʼব।”

বৃজভূষণৰ ভাষাত, “আমি আমাৰ চিন্তাধাৰা প্ৰকাশ কৰিব নোৱাৰো। বৰ দুখৰ কথা। কথা ক’ব নোৱাৰো। মাত্ৰ শুনাৰ বাহিৰে। জনপ্ৰতিনিধিৰ মুখ বন্ধ। মতামত দিলে কোনেও নুশুনে।”

বৃজভূষণে প্রত্যক্ষভাৱে কৈছেৰগঞ্জৰ পৰিস্থিতিৰ বাবে জিলা প্রশাসনক জগৰীয়া কৰে৷ তেওঁ কয়, “পূৰ্বে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনপ্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল।” তেওঁলোকক সকলো কথা অৱগত কৰা হৈছিল। জিলা প্ৰশাসনে এইবাৰ বিশেষ উদ্যোগ লোৱা নাই। ক্ষতিগ্ৰস্ত হʼল বৃজভূষণৰ নিজৰ গাঁওখন। তেওঁৰ ভাষাত, “মই যোৱা ২ বছৰত প্ৰশাসনলৈ কমেও ১০ খন পত্ৰ লিখিছো সৰযূ নদীৰ ওপৰত থকা দলংখন সুৰক্ষিত কৰিবলৈ।”

দেওবাৰে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে বান পৰিস্থিতিক লৈ যোগীক ঠাট্টা কৰে। বানপানীৰ মাজতো তেওঁ ৰাজ্যত উত্তৰ প্ৰদেশ অধীনস্থ সেৱা বাছনি সমিতিৰ পৰীক্ষা অনুষ্ঠিত কৰে। বিভিন্ন অঞ্চলৰ ভিৰ কৰা ৰে’ল আৰু ষ্টেচনৰ ছবি টুইটাৰত পোষ্ট কৰি তেওঁ মন্তব্য কৰে, “উত্তৰ প্ৰদেশ বানপানীৰ কবলত পৰিছে।

তাৰ মাজতে ৩৭ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়াতকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাটো এটা ডাঙৰ সমস্যা।” শেহতীয়াকৈ যোগীয়ে বিমানযোগে বান পৰিস্থিতি পৰিদৰ্শন কৰে। বৰুণৰ কটুক্তি, “হয়তো আকাশলৈ চালে মাটিৰ সমস্যা অনুভৱ কৰিব নোৱাৰিব।”

ৰাজনীতিবিদসকলক সোঁৱৰাই দিয়া হৈছে যে ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশত যোগীৰ বিৰুদ্ধে বিজেপিৰ ভিতৰত ক্ষোভ আছিল। স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বুলি জনাজাত প্ৰাক্তন আমোলা এ কে শৰ্মাক উত্তৰ প্ৰদেশ বিজেপিৰ উপ-সভাপতিৰ দায়িত্ব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই দিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বিজেপি
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
50
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
50
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d