ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

দশম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত মঠাধ্যক্ষৰ বিৰুদ্ধে FIR

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 27, 2022
Reading Time: 1 min read
A A
0
দশম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত মঠাধ্যক্ষৰ বিৰুদ্ধে FIR

RELATED POSTS

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

কৰ্ণাটকৰ অন্যতম জনপ্ৰিয় চিত্ৰদুৰ্গা মুৰুঘা মঠৰ মুৰব্বীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। মঠৰ মুৰব্বী শিৱমূৰ্তী মুৰুঘাৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে যে তেওঁ নিয়মিতভাৱে ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল। মঠৰ আন আন কৰ্মীসকলে তেওঁক এই কামত সহায় কৰিছিল। এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ ভাষ্য ৰেকৰ্ডিং কৰা হৈছে। অৱশ্যে মঠটোৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই।

জানিব পৰা মতে, দুই ১৬ বছৰীয়া নাবালিকাৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে গভীৰ নিশা আৰক্ষীয়ে এফ আই আৰ দাখিল কৰে। শিৱমূৰ্তীৰ বাহিৰেও মঠৰ আন কেইবাজনো লোকৰ নাম আছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য, চিত্ৰদুৰ্গাৰ মুৰুঘা মঠটো ৰাজনীতিবিদসকলৰ মাজত অতি জনপ্ৰিয়। চলিত মাহৰ ৩ তাৰিখে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই মঠটো পৰিদৰ্শন কৰে। তাত দীক্ষাও লয়। কেৱল ৰাহুলেই নহয়, বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই এই মঠটো পৰিদৰ্শন কৰি আহিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: যৌন নিৰ্যাতন
Share4Tweet3Send

Related Posts

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

by News Desk
October 28, 2026
50
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

by News Desk
October 28, 2026
50
Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত
National-International

Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত

by News Desk
October 28, 2026
50
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

by News Desk
October 27, 2026
51
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

by News Desk
October 27, 2026
51
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

52
ADVERTISEMENT
Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই
Guwahati

Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই

October 28, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026
50
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ
Guwahati

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

October 28, 2026
50
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

October 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই

Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই

October 28, 2026
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d