ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ৰাষ্ট্রপতি পদৰ প্রার্থী হৈয়েই Z+ কেটেগৰিৰ নিৰাপত্তা দ্রৌপদী মুর্মুলৈ

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2022
Reading Time: 1 min read
A A
0
ৰাষ্ট্রপতি পদৰ প্রার্থী হৈয়েই Z+ কেটেগৰিৰ নিৰাপত্তা দ্রৌপদী মুর্মুলৈ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

ৰাষ্ট্ৰপতি পদ (President candidate)ৰ প্ৰাৰ্থী হিচাপে মঙ্গলবাৰে তেওঁৰ নাম ঘোষণা কৰা হয় এনডিএৰ তৰফৰ পৰা। তাৰ পিছতে বুধবাৰে তেওঁক দিয়া হয় Z+ কেটেগৰিৰ নিৰাপত্তা। ঝাড়খণ্ডৰ প্রাক্তন ৰাজ্যপাল দ্রৌপদী মুর্মু (Draupadi Murmu)ৱে এতিয়াৰে পৰা লাভ কৰিব সশস্ত্র বাহিনীৰ নিৰাপত্তা।

ৰাষ্ট্রপতি পদৰ প্রার্থী হৈয়েই Z+ কেটেগৰিৰ নিৰাপত্তাউল্লেখ্য, জল্পনাৰ অৱসান ঘটাই মঙ্গলবাৰে জেপি নাড্ডাই জানিবলৈ দিয়ে যে শাসক গোষ্ঠীৰ পৰা সর্বসন্মতভাবে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নাম উঠিছে দ্রৌপদী মুর্মুৰ। তেঁৱেই এনডিএৰ ৰাষ্ট্রপতি পদপ্রার্থী। নাম ঘোষণা হোৱাৰ পিছত টুইট কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে।

ৰাষ্ট্রপতিৰ পদপ্রার্থী হৈ আনন্দ প্ৰকাশ কৰিছে দ্রৌপদী মুর্মুৱে। এক সংবাদ মেলত সাংবাদিক সম্মিলনত তেওঁ জনায়, অতি পিছপৰা ময়ূৰভঞ্জ জিলাৰ এজন আদিবাসী মহিলা হৈ দেশৰ শীর্ষ পদৰ প্রার্থী হোৱাৰ কথা তেওঁ ভবা নাছিল।

বুধবাৰে কেন্দ্রৰ তৰফৰ পৰা তেওঁৰ ঘৰত নিৰাপত্তা দিয়া হয়। আজিৰে পৰাই তেওঁ পাব Z+ কেটেগৰিৰ নিৰাপত্তা। সূত্র মতে, মঙ্গলবাৰে সন্ধ্যিয়াই গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই নির্দেশনা জাৰি কৰা হৈছে।

Tags: Draupadi Murmu Z+দ্রৌপদী মুর্মু
Share4Tweet3Send

Related Posts

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

by Staff Reporter
June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

by Staff Reporter
June 7, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

by Staff Reporter
June 7, 2026
50
‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎
National-International

‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎

by Staff Reporter
June 7, 2026
50
LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি
National-International

LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি

by News Desk
June 7, 2026
50
CJP Protest : কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকে ‎
National-International

CJP Protest : কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকে ‎

by News Desk
June 7, 2026
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT