ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

শান্তিচুক্তিত স্বাক্ষৰিত ছয় বিদ্ৰুোহী সংগঠনৰ সদস্য সকললৈ চাৰিলাখ টকাৰ এককালীন সাহায্য প্ৰদান মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 15, 2022
Reading Time: 1 min read
A A
0

RELATED POSTS

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

logo new 2 1 | ASSAM TIMES POST

আলফাত নতুন সদস্য ভৰ্তিত উদ্বিগ্ন মুখ্যমন্ত্ৰী

যোৱা বছৰৰ চাৰি ছেপ্তম্বৰত নতুন দিল্লীত কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা শান্তিচুক্তি সম্পন্ন হোৱাৰ পিছত আজি মূলসূঁতিলৈ ঘুৰি অহা ছয়টা সংগঠন ক্ৰমে, কেএলএনএলএফ, পিডিচিকে, ইউপিএলএ আৰু কেপিএলটি তিনিটা গ্ৰুপৰ প্ৰায় দুই হাজাৰ সদস্যক আজি চাৰিলাখ টকাৰ নিৰ্দিষ্ট জমা কৰি দিয়ে ৰাজ্য চৰকাৰে ৷

শান্তিচুক্তিত স্বাক্ষৰিতউক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ১১ টা পৰিষদীয় সমষ্টিক ক্ৰীড়া প্ৰল্প নিৰ্মানৰ বাবে ১১০ কোটি টকাৰ আঁচনিৰ লগতে বিভিন্ন উন্নয়ণ মূলক কামৰ আঁচনিৰ শুভ উদ্ধোধন কৰে ৷

বিদ্ৰুোহী সংগঠনদুদিনীয়া কাৰ্যসূচীৰে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত অহা অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে ডিফু চৰকাৰী বালক উচ্চতৰমাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা এক বিশাল সভাত মূলসূঁতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্য সকলৰ মাজত এই সাহায্য প্ৰদান কৰে ৷

ডাঃ হিমন্ত বিশ্বমুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত এককালীন সাহায্যৰ ধন মূল সূঁতিলৈ ঘূৰি অহা সদস্য সকলক সৎ কাৰ্যত ব্যৱহাৰ কৰি স্বনিয়োজনত ব্ৰতী হৈ কাৰবি আংলঙ জিলাৰ অৰ্থনীতিক টনকিয়াল কৰিবলৈ আহ্বন জনায় ৷

ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, কাৰবি শান্তি চুক্তিৰ পিছত চুক্তিটোৰ প্ৰতিটো দফাৰ কাম আৰম্ভ কৰা হৈছে ৷

সেই চুক্তি অনুসৰি চুক্তি স্বাক্ষৰিত উগ্ৰপন্থী সংগঠনটোৰ প্ৰায় ১৯০০তকৈ অধিক সদস্যৰ পুণ:সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে চাৰিলাখ টকাৰ নিৰ্দিষ্ট জমা কৰি দিলে ৷ ইয়াৰোপৰি উক্ত উগ্ৰপন্থী সংগঠনকেইটাৰ সদস্য সকলৰ ওপৰত থকা গুৰুতৰ অপৰাধৰ বাহিৰে অনান্য গোছৰ সমূহ প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয় ৷

ইয়াৰোপৰি অহা ২৮ এপ্ৰিলত কাৰবি আংলঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী ভ্ৰমণলৈ অহাৰ পিছত সেই দিনটোৰ পৰাই কাৰবি শান্তি চুক্তিৰ অৰ্থনৈতিক পেকেজ সমূহৰ কাম আৰম্ভ কৰা হব বুলি কয় ৷

যোৱা ১১ মাহৰ পৰা কাৰ্বি আৰু বড়ো শান্তি চুক্তিৰ বাবে অসম আৰক্ষী , উগ্ৰপন্থী সংগঠন আৰু সাধাৰণ ৰাইজৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে ধন্যবাদ জনায় ৷

ডাঃ হিমন্ত বিশ্ব শৰ্মাবড়ো আৰু কাৰবি শান্তি চুক্তিৰ পিছত জনজাতি সকলৰ মাজৰ পৰা সহস্ৰ ধাৰণা এক প্ৰকাৰ নাইকিয়া হৈছে বুলি মন্তব্য কৰে ৷ আলফা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক ভাবে সকলো ক্ষেত্ৰত সম্পৰ্ক ৰক্ষা কৰি চলা হৈছে যদিও আলফাত নতুনকৈ সদস্য ভৰ্তি কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

শান্তি চুক্তিৰ লগতে ২০১১ চনৰ এমঅ’এছো সমানে ৰূপায়ণ কৰা হব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ আজিৰ সভাত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, পাৰ্বত্য উন্নয়নমন্ত্ৰী যোগেন মোহন, বিধায়কত্ৰয় বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, ৰূপছিং টেৰণ, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তকে প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: peace talksশান্তিচুক্তিত স্বাক্ষৰিত
Share6Tweet4Send

Related Posts

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
59
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d