ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মৰুভূমিত তুষাৰপাত !

ASSAM TIMES POST by ASSAM TIMES POST
January 28, 2021
Reading Time: 1 min read
A A
0
মৰুভূমিত তুষাৰপাত !

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

বিশেষ প্ৰতিবেদন:

আচৰিত যেন লাগিলেও সঁচা , বিশ্বৰ বৃহত্তম মৰুভূমি ছাহাৰাত তুষাৰপাত হৈছে । ছাহাৰাৰ আদিগন্ত বালি ঢাকি পেলাইছে বৰফেৰে ৷

আটলান্টিক মহাসাগৰ (Atlantic Ocean)আৰু লোহিত সাগৰৰ (Red Sea)ঠিক মাজত অৱস্থিত এই ছাহাৰা (Sahara)মৰুভূমি। ছাহাৰা আফ্রিকাৰ উত্তৰ দিশে প্রায় ৩৫ লক্ষ বর্গ মাইল জুৰি বিস্তৃত পৃথিৱীৰ সকলোতকৈ বৃহত্তম উষ্ণ মৰুভূমি (largest hot desert in the world)।

এই মৰুভূমিৰ এইন চেফৰা (Ain Sefra) অঞ্চলৰ ওপৰৰ ফালেই এই তুষাৰপাত হয়। এইন চেফৰা সমুদ্রতলৰপৰা ১০০০ মিটাৰ ওপৰত আছে । আলজেৰিয়ান-মৰোক্কা সীমান্ত (Algerian-Moroccan border)সংলগ্ন এই অঞ্চলৰ চাৰিওফালে আট্‌লাস পর্বতাৱলী (Atlas Mountains)। তুষাৰপাতৰ দিনা সেই ঠাইত ৰাতি তাপমাত্রা নামি গৈ -৩ ডিগ্রি ছেলচিয়াছ হয়গৈ । মৰুভূমিৰ বালি বৰফেৰে ঢাকি বগা কৰি ৰাখিছিল ৷

এই কথা কিন্তু নতুন নহয় ইয়াত । কিয়নো ইয়াৰ আগতে ৫০ বছৰত মুঠ ৪বাৰ ছাহাৰাত এনে ঘটনা ঘটিছিল ৷ প্রথমবাৰ ১৯৭৯ চনত, দ্বিতীয় বাৰ ২০১৬ চনৰ ডিচেম্বৰত। ইয়াৰ পিছত তৃতীয় বাৰৰ বাবে ২০১৮ চনৰ জানুৱাৰী মাহত ১৬ ইঞ্চি সম্পূৰ্ণ বৰফে ঢাকি পেলাইছিল ছাহাৰা । পুনৰ অভূতপূর্ব এই ঘটনাৰ সাক্ষী হৈ থাকিল ছাহাৰাৰ আদিগন্ত মৰুবালি।

Tags: feature
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

by Staff Reporter
June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

by Staff Reporter
June 7, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

by Staff Reporter
June 7, 2026
50
‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎
National-International

‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎

by Staff Reporter
June 7, 2026
50
LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি
National-International

LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি

by News Desk
June 7, 2026
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT