ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন

ASSAM TIMES POST by ASSAM TIMES POST
March 23, 2020
Reading Time: 2 mins read
A A
0
ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন

0 1 e1574345654996 6 1 2 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

ল’কডাউন ভংগকাৰিক দেখা মাত্ৰকে পুলিচ প্ৰশাসনক গ্ৰেপ্তাৰ

নির্দেশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা:৬মাহৰ পৰা ২বছৰৰ কাৰাদণ্ড

নিউজ ডেস্ক

ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন।স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে এই কথা। মংগলবাৰ (২৪মার্চ) সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন।লক ডাউনৰ সময়ছোৱাত খাদ্য-সামগ্ৰী, ফাৰ্মাচী, পেট্ৰল পাম্প সমূহ খোলা থাকিব।বাকী চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়, দোকান বন্ধ থাকিব।

https://www.facebook.com/himantabiswasarma/videos/217424712672443/

উল্লেখ যে এই বন্ধ সময়ছোৱাত যদি কোনো ব্যক্তিয়ে যদি নির্দেশ ভংগ কৰে তেন্তে সেই সকলক ব্যক্তিক দেখা মাত্ৰকে গ্ৰেপ্তাৰ কৰিবলৈ মন্ত্ৰী শৰ্মাই নির্দেশ প্ৰদান কৰিছে ৰাজ্য পুলিচ প্ৰশাসনক।নিয়ম ভংগ কৰা অপৰাধত গ্ৰেপ্তাৰ হলে ৬মাহৰ পৰা ২বছৰ লৈকে হব পাৰে জেইল। এই সময়ছোৱাত যদি কোনো ব্যক্তি অসুবিধাৰ সন্মুখীন হয় তেন্তে জিলা প্ৰশাসনৰ সহায় লবলৈ আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে। যান-বাহনৰ চলাচল সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় “ঘৰুৱা বিমান সেৱা বন্ধ নহয়। ট্ৰেইন সেৱা সম্পূৰ্ন বন্ধ হৈছে।আন্তৰাজ্যিক ব্যক্তিগত বাহন চলাচল এই সময়ছোৱাত বন্ধ থাকিব”।

চলিত বিত্তবর্ষ শেষৰ সময় হোৱা বাবে বিত্ত-কাম কাজত জড়িত চৰকাৰী কাৰ্যালয় খোলা থাকিব।তাত ১০%কৈ অধিক কৰ্মচাৰী আহিব নোৱাৰিব।একেদৰে বেংক, এটিএম সেৱা চলি থাকিব। এই সময়ছোৱাত ৰাজহুৱা ধৰ্মীয় অনুষ্ঠান সমূহ ৰাইজৰ বাবে বন্ধ থাকিব।কেৱল মাত্ৰ দৈনন্দিন পূজা ভাগ কৰিব পাৰিব তাৰ মূল মানুহ জনে। জৰুৰীকালীন সেৱা লগত জড়িত সকলো ব্যৱস্থা চলি থাকিব তাৰ বাবে ৰাইজে চিন্তা কোনো কাৰণ নাই বুলি মন্ত্ৰী শৰ্মাই কয়। আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে অহা পহিলা এপ্ৰিলৰ পৰা চৰকাৰে যোগান ধৰি অহা চাউল হিতাধিকাৰীক বিনামূলীয়াকৈ যোগেন্ ধৰা বাবে এফচিআই লগত ইতিমধ্যে কথা বতৰা পতা বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদমেল :

1.কাইলৈৰ সন্ধিয়া ছয় বজাৰ পৰা ৩১ মাৰ্চলৈ সম্পূৰ্ণ তলা বন্ধ।
2. জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ, শাক পাচলি – মাছ – মাংসৰ দোকান বন্ধ ।
3. জনসাধাৰণৰ ৰাস্তালৈ ওলাব নোৱাৰিব ।
4. ৰাস্তালৈ ওলালে হব ছয় মাহৰ পৰা দুই বছৰৰ কাৰাদণ্ড
5. এম্বুলেঞ্চৰ বাহিৰে সকলো যাতায়ত বন্ধ।
6. ব্যক্তিগত বাহনৰ যাতায়তো বন্ধ।
7. সীমিত পৰিমাণৰ কামৰ বাবে খোলা থাকিব বেংক আৰু অৰ্থনৈতিক কাৰ্য।
8. মন্দিৰ মাজিদ ত সমাবেশ কৰিব নোৱাৰিব। তিনিজনতকৈ বেছি সমাবেশ কৰিব নোৱাৰিব।
9. খোলা থাকিব ATM , খোলা থাকিব পেট্ৰল পাম্প , খোলা থাকিব গেলেমালৰ দোকান ।
10. এক এপ্ৰিলৰ পৰা বিনামূলীয়া ৰেচন প্ৰদানৰ প্ৰচেষ্টা।
11. Covid-19 ৰ পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হব।
12. সোণাপুৰ ৰ অসামৰিক চিকিৎসালয়, ভঙাঘৰ চকু চিকিৎসা বিভাগক সম্পূৰ্ণৰূপে কৰুণা বিভাগলৈ ৰূপান্তৰ।
13. মেডিকেল কলেজত OPD কৰা হব সীমিত।
14. গুৱাহাটীৰ MMC চিকিৎসাৰলয়কো প্ৰয়োজনত সম্পূৰ্ণ কৰুণা হাস্পাতাললৈ প্ৰয়োজনত ৰূপান্তৰ সিদ্ধান্ত।
15. প্ৰয়োজন হলে হোটেল ,চৰকাৰী-ব্যক্তিগত হোষ্টেলত ৰখা হব ৰোগী ।
16. কাইলৈ আহি পাব অসমলৈ দুখন ৰেল। ৩১ মাৰ্চলৈ আৰু নাহে কোনো ৰেল ।
17. কৰুণা ভয়ানকৰ পৰা ভয়ানক ভাইৰাছ আখ্যা।
18. কৰুণাক লৈ হাঁহি ধেমালি নকৰিবলৈ আহ্বান ।
19. নিৰ্দেশনা নামানিলে আৰক্ষীয়ে IPC মতে লব ব্যৱস্থা।
20. এই মুহূৰ্তলৈ অসমত নাই পোৱা কোনো কৰুণা অক্ৰান্ত।
21. সকলোৰে সহযোগিতা কামনা।
23. কেৰেলা , মহাৰাষ্ট্ৰ, আৰু কৰ্ণাটকৰ পৰা অহা কোনো লোকে ১৪ দিনলৈ ঘৰৰ পৰা ওলাব নোৱাৰিব । ওলালে হব গ্ৰেপ্তাৰ।
24. ১০৪ নম্বৰত কাইলৈৰ পৰা উপলব্ধ হব কৰুণা সংক্ৰান্তীয় সকলো ধৰণৰ তথ্য।
25. বহি ৰাজ্যৰ পৰা অহা সকলক ৬০ৰ ঊৰ্ধৰ লোকৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ।

Tags: Featured
Share4Tweet3Send

Related Posts

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
ADVERTISEMENT
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx