
হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱতীগৰাকী শুৱালকুছিৰ ডলি কাশ্যাপ। এপাৰ্টমেণ্টটোত ভাড়াতীয়া হিচাপে আছিল ডলি। এটা বীমা প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ Suicide Noteত বিশ্বনাথ দাসৰ নাম। শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ বিশ্বনাথৰ বিৰুদ্ধে। নিৰ্যাতনৰ বাবেই আত্মহত্যাৰ কথা ছুইচাইড নোটত উল্লেখ। ডলি কাশ্যাপৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ বিশ্বনাথ দাস। ICICI Prudentialৰ নামৰ বীমা প্ৰতিষ্ঠানত মেনেজাৰ বিশ্বনাথ দাস। একে প্ৰতিষ্ঠানতে কৰ্মৰত আছিল ডলি কাশ্যাপো। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে।













