ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

নিউজ ডেস্কঃ

News Desk by News Desk
September 29, 2026
Reading Time: 1 min read
A A
0
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

RELATED POSTS

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

শেহতীয়াকৈ দেশৰ ভোটাৰ তালিকা নিবিড় সংশোধন প্ৰক্ৰিয়াত (SIR) অনিয়মৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পোহৰলৈ অহাৰ পিছত সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি হয়। নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে সৰৱ হৈ পৰিছে। ককৰোচ জনতা পাৰ্টীয়ে (CJP) মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ সময়সীমা নিৰ্ধাৰণ কৰে। কিন্তু একে সময়তে দাবী পূৰণ নকৰিলে দেশজোৰা আন্দোলনৰ সতৰ্কবাণীও দিয়ে। সেই কাৰণে গান্ধী জয়ন্তীৰ দিনা মুম্বাইৰ শিৱাজী পাৰ্কত এক প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰা হয়। কিন্তু শেষত মুম্বাই আৰক্ষীয়ে তাৰ অনুমতি নিদিলে। প্ৰতিবাদত চিজেপিৰ প্ৰতিষ্ঠাপক সদস্য অভিজিৎ দীপকেয়ে সেইদিনাই তাত ‘জে’ল ভৰো আন্দোলন’ৰ আহ্বান জনায়। এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে।

ছ’চিয়েল মিডিয়া এক্সৰ এটা পোষ্টত এই কাৰ্যসূচী ঘোষণা কৰি দীপকেয়ে লিখিছে, “২ অক্টোবৰত মুম্বাইৰ শিৱাজী পাৰ্কত অনুষ্ঠিত হ’ব ‘জে’ল ভৰো আন্দোলন’। মূলতঃ তিনিটা দাবী উত্থাপন কৰিছে দলটোৱে। এটা হৈছে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ। দ্বিতীয়, নিৰ্বাচন আয়োগৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া স্থগিত ৰখা উচিত। তৃতীয়, আয়োগৰ আইনী গাঁথনিৰ প্ৰয়োজনীয় পৰিৱৰ্তন।

cjp 4 | ASSAM TIMES POST
প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ

বৈঠকৰ অনুমতি সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে জনাইছে যে বম্বে উচ্চ ন্যায়ালয়ৰ ৰায় আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰি শিৱাজী পাৰ্কৰ দৰে জনবহুল স্থানত এনে সমাৱেশৰ অনুমতি দিয়াৰ কৰ্তৃত্ব তেওঁলোকৰ নাই। তদুপৰি এনে সমাৱেশৰ ফলত শব্দ প্ৰদূষণ, প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে সাধাৰণ মানুহৰ চলাচলত ব্যাঘাত জন্মিব বুলি আশংকা কৰা হৈছে। আনহাতে, আন এক বিকল্প স্থান বাছি ল’বলৈও তেওঁলোকক পৰামৰ্শ দিছে আৰক্ষীয়ে।

কিন্তু আৰক্ষীৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি দীপকেয়ে কয় যে জনসাধাৰণৰ কণ্ঠক নিস্তব্ধ কৰাৰ এনে প্ৰচেষ্টা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইয়াৰ কিছু সময়ৰ পিছতে ২ অক্টোবৰত ‘জে’ল ভৰো’ কাৰ্যসূচী ৰাজহুৱাভাৱে ঘোষণা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtestJailBhoroAndolan
Share4Tweet3Send

Related Posts

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

by News Desk
October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
50
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
50
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d