ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 5, 2026
Reading Time: 1 min read
A A
0
CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

RELATED POSTS

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

New Logo Smal | ASSAM TIMES POST

দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ (CJP protest) ওপৰত আৰক্ষীৰ আক্ৰমণৰ দৃশ্য যথেষ্ট চিন্তনীয় আৰু বেদনাদায়ক। শুকুৰবাৰে এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। লগতে সমগ্ৰ আৰক্ষী ব্যৱস্থাৰ সংস্কাৰৰ পোষকতা কৰে। আৰক্ষীৰ ওপৰত ৰাজনৈতিক নিয়ন্ত্ৰণৰ সন্দৰ্ভতো সকীয়াই দিয়ে।

দিল্লীত প্ৰাক্তন নিৰাপত্তা সচিব যশোবৰ্ধন আজাদৰ ‘পুলিচিং দ্য ৰিপাব্লিক’ নামৰ গ্ৰন্থখন উন্মোচনৰ সময়ত ছাত্ৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপৰ সন্দৰ্ভত ন্যায়াধীশৰ এই মন্তব্যই আৰক্ষী বাহিনীক‌ কাঠগড়াত থিয় কৰাইছে। সংবাদ সংস্থা পিটিআইৰ মতে, ন্যায়াধীশগৰাকীয়ে কয়, “যুৱ আৰক্ষী বিষয়াই প্ৰতিবাদকাৰীক ব্যক্তিগতভাৱে আক্ৰমণ কৰা দেখি আমি হতাশ হৈছোঁ।” লগতে তেওঁ মন্তব্য কৰে যে আৰক্ষীৰ পৰা নিৰপেক্ষতা বাঞ্ছনীয়। কিন্তু সেই নিৰপেক্ষতা ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে।

cc | ASSAM TIMES POST
যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

তেওঁৰ মতে, অত্যধিক বল প্ৰয়োগ নকৰাকৈ বা জনসাধাৰণৰ অধিকাৰ খৰ্ব নকৰাকৈ আইন-শৃংখলা বজাই ৰাখিব পাৰি। ন্যায়াধীশগৰাকীয়ে কয়, “সৰ্বাধিক সাধাৰণ মানুহৰ বাবে হাতত লাঠি লৈ ৰাজপথত থিয় হৈ থকা আৰক্ষী ৰাষ্ট্ৰৰ প্ৰতীক। গতিকে কাৰোবাৰ অন্যায় হ’লে তেওঁলোকে আৰক্ষীৰ শৰণাপন্ন হয়।” তেওঁ অনুভৱ কৰে, ”আৰক্ষীয়ে সেই বিশ্বাসযোগ্যতা বজাই ৰাখিব লাগে।” ন্যায়াধীশগৰাকীয়ে লগতে সোঁৱৰাই দিয়ে যে ‘আইনৰ শাসন’ বজাই ৰাখিবলৈ সংবিধান মানি চলিবলৈ, নিৰপেক্ষতা বজাই ৰাখিবলৈ, পেছাদাৰী ভূমিকা পালন কৰা, আৰু সাহস, দৃঢ়তা, সততা আৰু ধৰ্মনিৰপেক্ষতা থকাটো প্ৰয়োজনীয়।

আনহাতে, শেহতীয়াকৈ নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰা বা বিভিন্ন মতামত প্ৰকাশ কৰাৰ বাবে শাস্তি দিয়াটো সঠিক নহয়। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে লোৱা শাস্তিমূলক ব্যৱস্থাক তেওঁ অসাংবিধানিক আৰু ক্ষমতাৰ অপব্যৱহাৰ বুলি গণ্য কৰে।

উল্লেখ্য যে আগষ্টৰ আৰম্ভণিতে তেওঁ কাক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে তাৰ কাৰণসমূহ প্ৰকাশ কৰিবলৈ দাবী জনাইছিল। ন্যায়াধীশগৰাকীয়ে কয়, “এই কাৰণটো প্ৰকাশ নকৰাৰ ফলত এনে কিছুমান লোকক ন্যায়পালিকাত প্ৰৱেশ কৰিবলৈ দিয়া হয়, যিয়ে পিছলৈ কিছুমান মানুহক যিকোনো কথা কয়। এই সকলোবোৰ কথা সম্পূৰ্ণ অসাংবিধানিক।” ন্যায়াধীশ ভূঞাই লগতে কয়, “এই লোকসকলৰ ন্যায়পালিকাত প্ৰৱেশ ৰোধ কৰিবলৈ আলোচনা হ’ব লাগিব, কিছুমান কাৰণ দেখুৱাব লাগিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtest
Share5Tweet3Send

Related Posts

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

by News Desk
October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
50
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
50
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d