ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 6, 2026
Reading Time: 1 min read
A A
0
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

RELATED POSTS

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

New Logo Smal | ASSAM TIMES POST

আজি মুখ্যমন্ত্ৰী পদৰ (Chief Minister post) পৰা আনুষ্ঠানিকভাৱে পদত্যাগ (Formally resign) কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)৷ ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ অৰ্পণ কৰি তেওঁ নতুন চৰকাৰ গঠনৰ বাবেও ৰাজ্যপালৰ পৰা অনুমতি বিচাৰে৷ অৱশ্যে সাংবিধানিক বিধি অনুসৰি তেওঁ ৰাজ্যৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকিব।

cm | ASSAM TIMES POST
ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখ্য যে অসম বিধানসভাৰ বাবে এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিয়ে জেপি নাড্ডা আৰু নায়াব সিং ছেইনীক দায়িত্ব অৰ্পণ কৰিছে। তেওঁলোকৰ উপস্থিতিত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ’ব৷ আনহাতে, মুখ্যমন্ত্ৰীয়ো জানিবলৈ দিয়া মতে, অহা ১১ মে’ৰ পাছত অসমত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে এই শপত গ্ৰহণত মুখ্যমন্ত্ৰীৰ উপৰি আন কোনে শপত ল’ব সেইটো নিশ্চিত হোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HimantaBiswaSarma
Share4Tweet3Send

Related Posts

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Guwahati

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
October 21, 2026
52
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

by News Desk
October 19, 2026
58
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক
Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

by News Desk
October 19, 2026
57
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

by News Desk
October 17, 2026
50
Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী
Guwahati

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

by News Desk
October 16, 2026
51
Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ
Guwahati

Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ

by News Desk
October 16, 2026
52
ADVERTISEMENT
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
51
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d