ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 7, 2026
Reading Time: 1 min read
A A
0
Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ

RELATED POSTS

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

New Logo Smal | ASSAM TIMES POST

পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ (Bishnupur of Manipur is burning) জিলা। ভয়ংকৰ বিস্ফোৰণত দুই নাবালকৰ কৰুণ মৃত্যু (Tragic death of two minors) তেওঁলোকৰ মাতৃ গুৰুতৰভাৱে আহতৰ হোৱাৰ পিছতে ক্ষোভৰ অগনি জ্বলিছে বিষ্ণুপুৰত। এই বোমা বিস্ফোৰণৰ ঘটনাই বিষ্ণুপুৰৰ লগতে ইয়াৰ আশে-পাশে থকা জিলাসমূহতো উত্তেজনা বিয়পাইছে।

সংবাদ মাধ্যমৰ সূত্ৰ মতে, সন্দেহযুক্ত ৰকেট আক্ৰমণৰ বাবে মণিপুৰৰ বৃহৎ অঞ্চলত পুনৰবাৰ প্ৰতিবাদ হয়। ইয়াৰ বাবে মঙলবাৰৰ পৰা মণিপুৰৰ ৫ খন জিলাত (5 Dist.) ইণ্টাৰনেট সেৱা বন্ধ (Internet service is down) হৈ পৰিছে। এখন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ।

ইম্ফল ইষ্ট, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, কাকচিং, থৌবালত আগন্তুক তিনিদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ থাকিব বুলি প্ৰশাসনে জনাইছে। মঙলবাৰে দিনৰ ২ বজাৰ পৰা বন্ধ আছে ইণ্টাৰনেট সেৱা। বিষ্ণুপুৰ জিলাতো জাৰি কৰা হৈছে কাৰ্ফিউ।

monipur1 | ASSAM TIMES POST
বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ

আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে মাজনিশা মৈৰাং ট্ৰংলাওবিৰ বি এছ এফৰ এজন জোৱানৰ ঘৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়। এই বিস্ফোৰণত জোৱানজনৰ পাঁচ বছৰীয়া পুত্ৰ আৰু ছমহীয়া নৱজাত কন্যাৰ মৃত্যু হয়। তেওঁলোক সকলো শুই আছিল। এই আক্ৰমণত তেওঁৰ পত্নীও গুৰুতৰভাৱে আহত হয়।

এই ঘটনাৰ কিছু সময়ৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে ট্ৰংলাওবি অঞ্চলৰ পৰা ২০০ মিটাৰ দূৰৈৰ স্থানীয় চি আৰ পি এফ শিবিৰত আক্ৰমণ কৰে। অঞ্চলটোত ব্যাপক ক্ষতিসাধন হয়। সামগ্ৰী কঢ়িয়াই অনা কেইবাখনো ট্ৰাকত জুই লগাই দিয়ে। মৈৰাং থানাৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্দুকৰ গুলীও শুনা যায়। প্ৰতিবাদত আৰু চাৰিজন লোক আহত হয়।

এই ঘটনাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী খেমাচান্দ সিঙে ক্ষোভ প্ৰকাশ কৰে। ইতিমধ্যে ইম্ফলৰ এখন চিকিৎসালয়ত মৃত শিশু দুটাৰ আহত মাতৃক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়, “এয়া বৰ্বৰ আক্ৰমণ। মণিপুৰৰ শান্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ। এই আক্ৰমণক মই তীব্ৰ গৰিহণা দিছোঁ। যিয়েই এই ঘটনা সংঘটিত কৰিছে তাৰ বিচাৰি উলিয়াই কঠোৰ শাস্তি দিয়া হ’ব। এনে সন্ত্ৰাসবাদী কাৰ্যক মই কোনো ধৰণে সহ্য নকৰো।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Manipurdeath
Share4Tweet3Send

Related Posts

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

by News Desk
August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

by News Desk
August 24, 2026
50
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

by ASSAM TIMES POST
August 21, 2026
58
Strict Ban in West Jaintia Hills: Loose Sale of Petrol & Diesel
NORTHEAST

Strict Ban in West Jaintia Hills: Loose Sale of Petrol & Diesel

by ASSAM TIMES POST
August 21, 2026
52
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

by News Desk
August 13, 2026
51
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d