ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

নিউজ ডেস্কঃ

News Desk by News Desk
August 10, 2026
Reading Time: 1 min read
A A
0
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

RELATED POSTS

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

Strict Ban in West Jaintia Hills: Loose Sale of Petrol & Diesel

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

New Logo Smal 1 | ASSAM TIMES POST

অসম-অৰুণাচল সীমান্ত (Assam-Arunachal border)ত অৰুণাচলী দুৰ্বৃত্তৰ (Arunachali miscreant) পুনৰ গুলীচালনাৰ (Shoot again) ঘটনা৷ গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাঙৰ বদতিত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। এই ঘটনাত আহত হৈছে অসমৰ ৮ জন ব্যক্তি (8 people from Assam injurd)। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতকেইজনৰ ভিতৰত ৫ জন বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে, তিনিজন লোক গুৰুতৰভাৱে আহত হোৱাত তেওঁলোক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

আহত লোককেইজন হৈছে দুৰ্গেশ্বৰ পাতিৰ, ৰোহিত দলে, নাগৰাজ দলে, বিজ্ঞেশ্বৰ পাতিৰ, পামে পেগু, সঞ্জয় টায়ুং, উৎপল দলে আৰু জান দলে৷

assam 3 | ASSAM TIMES POST
অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

জানিব পৰা মতে, অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমি বেদখল কৰাত অসমৰ কেইবাজনো লোকে বাধা প্ৰদান কৰাত দুয়োটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়৷ ইয়াৰ পাছতে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিসকলক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে আৰু ফলত অসমৰ ৮ জন লোক আহত হয়। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়াও সীমান্ত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে আৰু দুয়ো ৰাজ্যৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে৷

আনহাতে, এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত অসমৰ কেইবাগৰাকী লোক আহত হৈছে। এই ঘটনাৰ তদন্তৰ নিৰ্দেশ ইতিমধ্যে দিয়া হৈছে৷ অসম আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত ইতিমধ্যে আলোচনা হৈছে। ডিজিপিয়েও আলোচনা কৰি আছে আৰু কোনো কাৰণতে যাতে অসমৰ মাটি ক’তো এৰি দিবলগীয়া নহয় তাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি আহত অসমৰ আটাইকেইগৰাকী লোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamArunachalconflict
Share4Tweet3Send

Related Posts

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

by ASSAM TIMES POST
August 21, 2026
58
Strict Ban in West Jaintia Hills: Loose Sale of Petrol & Diesel
NORTHEAST

Strict Ban in West Jaintia Hills: Loose Sale of Petrol & Diesel

by ASSAM TIMES POST
August 21, 2026
52
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

by News Desk
August 13, 2026
51
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
56
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d