ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

বিকি-কেটৰিণাই কৰিব ভিন্ন একচনঃ চুপাৰহিৰো’ ছবিত দুয়ো তাৰকা-

Staff Reporter by Staff Reporter
February 10, 2020
Reading Time: 1 min read
A A
0
বিকি-কেটৰিণাই কৰিব ভিন্ন একচনঃ চুপাৰহিৰো’ ছবিত দুয়ো তাৰকা-

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

প্ৰায়ে এজন অভিনেতাক নিজৰ এক সীমাবদ্ধতা ৰখা দেখিবলৈ পোৱা যায়; তেওঁলোকে নিজৰ চৰিত্ৰ ঠিক তেনেদৰেই বিচাৰ কৰে য’ত তেওঁলোকক দেখিবলৈ ভাল লাগে অথবা সেই চৰিত্ৰটোৰে ছবিখন বস্ক অফিচত চলাৰ সম্ভাৱনা থাকে। কিন্তু, এইখিনিতে অভিনেতা বিকি কৌশলৰ নাম যদি উল্লেখ কৰা হয় তেনেহ’লে কোৱা বাহুল্য যে, বিকি এগৰাকী এনে অভিনেতা যিয়ে নিজৰ ছবি সমূহৰ দ্বাৰা দৰ্শকক নতুনত্ব দিব বিচাৰে। বৰ্তমান তেওঁ আগন্তুক “ভূত” ছবিখনৰ প্ৰচাৰৰ সৈতে জড়িত আছে যদিও কিছুদিন পূৰ্বে ঘোষণা কৰা হৈছিল যে তেওঁক আদিত্য ধৰৰ এখন চুপাৰহিৰো’ ছবিত দেখিবলৈ পোৱা যাব।

vicky kaushal 1574222931 | ASSAM TIMES POST

“উৰিঃ দা চাৰ্জিকেল ষ্ট্ৰাইক” ছবিখনৰ নিৰ্মাতা আদিত্য ধৰৰ আগন্তুক ছবিখনৰ নাম হ’ব “The Immortal Ashwatthama”। ইয়াৰ সমান্তৰালকৈ, অভিনেত্ৰী কেটৰিণা কাইফেও এখন চুপাৰহিৰো ছবিত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে। কিন্তু, এইখন বিকি কৌশলৰ ছবিতকৈ সম্পূৰ্ণ বেলেগ।

Ali Katrina | ASSAM TIMES POST

কেটৰিণাৰ ঘনিষ্ঠ বন্ধু আলী আব্বাছৰ ছবিত কাম কৰিব অভিনেত্ৰী গৰাকীয়ে। ৰিপোৰ্টনুসৰি, এই ছবিখন লিখাৰ উপৰিও প্ৰডাকচন আৰু নিৰ্দেশন তেওঁ নিজেই কৰিব। এই ছবিখনত কেটৰিণাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব। চৰিত্ৰটোৰ বাবে কেটৰিণা উপযোগী বুলিও কোৱা হৈছে।

2093302 katrinaandvicky 1572863171 | ASSAM TIMES POST
গতিকে, ভিন্ন একচন ছবিত ভিন্ন একচনেৰে সৈতে দৰ্শকে দেখিবলৈ পাব দুয়ো তাৰকাক।

SOURCE:https://rupaliparda.com/archives/10167

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: bollywood cinemabollywood filmbollywood newsKatrina KaifVicky Kaushal
Share5Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d