ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
August 24, 2025
Reading Time: 1 min read
A A
0
Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

RELATED POSTS

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

New Logo Smal 2 | ASSAM TIMES POST

অসমৰ অবৈধ বেদখলকাৰীক উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ ২৯ টা জাতি -জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চ হিলছ পিপুল কালচাৰেল ফ’ৰাম চমুকৈ এইছপিচিএফ ৷ দেওবাৰে ডিফু-লামডিং পথৰ এইছপিচিএফৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে এইছপিচিএফৰ নেতা সকলে ৷

উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ
উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ বেদখলকাৰীক কৰা উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন জনাই এনে উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনায় এইছপিচিএফৰ নেতা সকলে ৷ এইছপিচিএফৰ অধ্যক্ষ লাইচান ইংলেঙে সংবাদমেল সম্বোধন কৰি কয়যে, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অসমৰ বনাঞ্চলৰ পৰা অবৈধ বেদখল কাৰ্যক যি উচ্ছেদ কৰিছে সেই উচ্ছেদ কাৰ্যক খিলঞ্জীয়া লোকে পূৰ্ণ সমৰ্থন জনাইছে ৷

অসমৰ একাংশ দল-সংগঠনে উচ্ছেদৰ বিৰোধিতা কৰি খিলঞ্জীয়া স্বাৰ্থ অপৰিপন্থী কাম কৰিছে ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইছলামিক সংগঠন জমিয়ত উলেমা ই হিন্দৰ নেতামাহমুদ মাদানীয়ে অসমৰ উচ্ছেদৰ বিৰোধিতা কৰি খিলঞ্জীয়াবিৰোধি কাৰ্যত লিপ্ত হৈছে বুলি কয় ৷ উচ্ছেদ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰিবলৈ কৈছে ৷ মাদানীৰ এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰে এনে মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ সকিয়াই দিছে লাইছান ইংলেঙে ৷

লাইছান ইংলেঙে ইয়াকো কয়যে কাৰ্বি আংলঙতো দুদু কলনি আৰু লাংকাইজানত অবৈধ বেদখল কৰা হৈছে তদুপৰি বনাঞ্চলত যদি তেনে অবৈধ বেদখল কাৰী সকলক শীঘ্ৰে চিনাক্ত কৰি উচ্ছেদ কৰিবলৈ দাবী জনাইছে ৷ আনহাতে সংবাদমেলত উপস্থিত থকালকুকি, ভোজপুৰী, বাঙ্গালী আদি সংগঠনৰ নেতা উচ্ছেদ কাৰ্যক সমৰ্থন কৰাৰ লগতে জমিয়ত উলেমা ই হিন্দৰ নেতা মাহমুদ মাদানীৰ মন্তব্যৰ বিৰোধ প্ৰকাশ কৰে ৷

 

 

 

 

 

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাইকাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ
Share7Tweet4Send

Related Posts

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d