ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Pahalgam attack I তিনিমাহ পাছতো পহেলগামৰ সন্ত্ৰাসবাদীয়ে কিয় কাশ্মীৰ এৰি যাব পৰা নাছিল? সেনাৰ বিশেষ ফান্দত বন্দী ৩ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 31, 2025
Reading Time: 1 min read
A A
0
Pahalgam attack I তিনিমাহ পাছতো পহেলগামৰ সন্ত্ৰাসবাদীয়ে কিয় কাশ্মীৰ এৰি যাব পৰা নাছিল? সেনাৰ বিশেষ ফান্দত বন্দী ৩ সন্ত্ৰাসবাদী

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ সমীপত ভাৰতীয় সেনাৰ অভিযান ‘অপাৰেচন মহাদেৱ’ (Operation Mahadev) সফল হয়। তাত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত কয় যে পহেলগাম আক্ৰমণত এই তিনিওজন সন্ত্ৰাসবাদী জড়িত আছিল। ফৰেনছিক টেষ্টৰ জৰিয়তে, বিজ্ঞানীৰ সহায়ত এই কথা ১০০ শতাংশ নিশ্চিত কৰিছে চৰকাৰে। কিন্তু সন্ত্ৰাসবাদীক ইমান দিনে কাশ্মীৰত কেনেকৈ আবদ্ধ কৰি ৰখা হ’ল?

Pahalgam attack I
পহেলগামৰ সন্ত্ৰাসবাদীয়ে কিয় কাশ্মীৰ এৰি যাব পৰা নাছিল?:

তিনিমাহৰ পাছতো তেওঁলোকে কিয় কাশ্মীৰৰ পৰা পলায়ন কৰিব নোৱাৰিলে? চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এন ডি টিভিয়ে প্ৰকাশ কৰা অনুসৰি, সন্ত্ৰাসবাদীৰ বাবে ফান্দ পাতিছিল। কোনো ধৰণে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে গোপন সুৰংগ বন্ধ কৰি দিয়া হৈছিল। তাৰ পৰাই সফলতা লাভ কৰা হয়।

সোমবাৰে সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী চুলেমান, আফগানি আৰু জিব্ৰাণ নিহত হয়। তিনিওজনেই পাকিস্তানী নাগৰিক। তেওঁলোকৰ পৰা উদ্ধাৰ কৰে এম ৯ আৰু কেইবাটাও এ কে ৪৭ ৰাইফল। যোৱা ২২ এপ্ৰিলত পহেলগামত সংঘটিত হোৱা আক্ৰমণৰ পিছৰে পৰা আত্মগোপন কৰি আছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, পহেলগাম কাণ্ডৰ পিছত সেনাই আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চিহ্নিত কৰিছিল। বাহিনীটোৰ বিষয়াসকলে চোৰাংচোৱাৰ তথ্য লাভ কৰে যে পহেলগামৰ অভিযুক্তসকল সেই পথেৰে পাকিস্তানলৈ উভতি অহাৰ সম্ভাৱনা আছে।

ফলত সেই পথত চোৰাংচোৱাগিৰি কেইবাগুণো বৃদ্ধি পালে। সন্ত্ৰাসবাদীয়ে সেই পথেৰে উভতি যাবলৈ সাহস কৰা নাছিল। ইয়াৰ উপৰি কেইবাটাও গোপন সুৰংগ চিনাক্ত কৰা হয়। সেইবোৰত কৌশলগতভাৱে তেওঁলোকক বাধা দিয়া হৈছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, নিৰাপত্তাৰক্ষীয়ে গোপন সুৰংগ চিনাক্ত কৰি খান্দি পেলায়। ফলত সুৰংগবোৰ পানীৰে ভৰি পৰে। সন্ত্ৰাসবাদীয়ে সেইবোৰ ব্যৱহাৰ কৰিব নোৱৰা হয়। সেইবাবেই তেওঁলোক বহুদিন কাশ্মীৰত আবদ্ধ হৈ আছিল। পলায়নৰ সকলো পৰিকল্পনা বিফল হ’ল।

আনহাতে, সন্ত্ৰাসবাদীৰ অৱস্থান চিনাক্ত কৰিবলৈ চোৰাংচোৱাৰ সহায় লৈছিল সেনাই। মূলতঃ সন্ত্ৰাসবাদীৰ কথা-বতৰা দীৰ্ঘদিন ধৰি বাধাপ্ৰাপ্ত হৈ আছিল। অৱশেষত চোৰাংচোৱা বিষয়াসকলে শ্ৰীনগৰৰ ওচৰত তেওঁলোকৰ অৱস্থান নিশ্চিত কৰে। গোপন শিবিৰত সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলায়।

সোমবাৰে যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত ‘অপাৰেচন সিন্দুৰ’ৰ আলোচনা আৰম্ভ কৰিছিল, তেতিয়া শ্ৰীনগৰৰ সমীপত বাহিনীটোৰ অভিযান চলি আছিল। সন্ত্ৰাসবাদী সৈতে সংঘৰ্ষ কেইবা মিনিট ধৰি চলিছিল। অৱশেষত তিনিওজনেই নিহত হয়। তেওঁলোকৰ পৰা ৰাইফল, গ্ৰেনেডৰ দৰে অস্ত্ৰ উদ্ধাৰ কৰা হয়।

অভিযোগ অনুসৰি কাশ্মীৰৰ একাংশ স্থানীয় লোকে এই সন্ত্ৰাসবাদীসকলক সহায় কৰিছিল। সেনাবাহিনীয়ে তেওঁলোকক চিনাক্ত কৰে। সন্ত্ৰাসবাদী তিনিজনৰ মৃতদেহ চিনাক্তকৰণৰ বাবে স্থানীয় ৰাইজৰ ওচৰলৈ অনা হয়। পহেলগাম আক্ৰমণত তেওঁলোক যে জড়িত আছিল সেই কথা নিশ্চিত আছিল স্থানীয় ৰাইজ।

কিন্তু অমিত শ্বাহে এশ শতাংশ নিশ্চিত হ’ব বিচাৰিছিল। সেয়ে গোটেই ৰাতি ফৰেনছিক বিষয়া আৰু বিজ্ঞানীৰ সৈতে যোগাযোগ কৰি থাকে। সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ বিশেষ বিমানেৰে চণ্ডীগড়লৈ লৈ যোৱা হয়। আহমেদাবাদৰ পৰাও অনা হৈছিল বিশেষ সা-সৰঞ্জাম। সেই সকলোবোৰ অস্ত্ৰৰ পৰাই টেষ্ট শ্বট নিক্ষেপ কৰা হৈছিল।

সেই গুলীবোৰৰ খোলাবোৰক পহেলগাম ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা গোলাবোৰৰ সৈতে তুলনা কৰা হৈছিল। বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে দুয়োটা খোলাৰ মাজত ৯৯ শতাংশ মিল আছে। ইয়াৰ পিছতে পহেলগাম সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ ঘোষণা কৰা হয়।

Tags: তিনিমাহ পাছতো পহেলগামৰসন্ত্ৰাসবাদীয়ে কিয় কাশ্মীৰ এৰি যাব পৰা নাছিল? সেনাৰ বিশেষ ফান্দত বন্দী ৩ সন্ত্ৰাসবাদী
Share4Tweet3Send

Related Posts

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

by Staff Reporter
June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

by Staff Reporter
June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

by Staff Reporter
June 21, 2026
50
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

by News Desk
June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

by News Desk
June 20, 2026
50
ADVERTISEMENT
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx