ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Justice Verma case I নগদ ধন কাণ্ডত ন্যায়াধীশ বাৰ্মাক পধমক উচ্চতম ন্যায়ালয়ৰ, ৰায় স্থগিত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 31, 2025
Reading Time: 1 min read
A A
0
Justice Verma case I নগদ ধন কাণ্ডত ন্যায়াধীশ বাৰ্মাক পধমক উচ্চতম ন্যায়ালয়ৰ, ৰায় স্থগিত

Oplus_0

RELATED POSTS

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

New Logo Smal 1 | ASSAM TIMES POST

বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে যে ‘নগদ ধন কেলেংকাৰী’ৰ সৈতে জড়িত ন্যায়াধীশ যশৱন্ত বাৰ্মাই আভ্যন্তৰীণ তদন্ত সমিতিৰ প্ৰতিবেদনৰ বিৰুদ্ধে কিয় পূৰ্বে আদালতৰ কাষ চাপিব পৰা নাছিল। ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মছিহৰ বিচাৰপীঠে কয় যে ন্যায়াধীশ বাৰ্মাই (Justice Verma) পূৰ্বে আদালতৰ কাষ চাপিব লাগিছিল। বুধবাৰে তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখে।

Justice Verma case I
নগদ ধন কাণ্ডত ন্যায়াধীশ বাৰ্মাক পধমক উচ্চতম ন্যায়ালয়ৰ, ৰায় স্থগিত:

সংবাদ সংস্থা পি টি আইৰ মতে, ন্যায়াধীশ বাৰ্মাৰ ভূমিকাত কোনো আস্থা নাই বুলি উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে। আভ্যন্তৰীণ তদন্ত সমিতিৰ প্ৰতিবেদন খাৰিজ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ন্যায়াধীশ বাৰ্মাই। উক্ত গোচৰত উচ্চতম ন্যায়ালয়ে জানিব বিচাৰিছে যে তেওঁ কিয় আভ্যন্তৰীণ তদন্ত সমিতিৰ সন্মুখীন হৈছিল আৰু তৎক্ষণাত কিয় প্ৰত্যাহ্বান জনোৱা নাছিল।

ন্যায়াধীশ বাৰ্মাক আদালতে কয় যে তদন্ত সমিতিৰ প্ৰতিবেদনৰ বিৰুদ্ধে তেওঁ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিছিল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ নিৰ্বাচনৰ দিনা তদানীন্তন দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বাৰ্মাৰ বাসগৃহৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ যোৱাৰ পিছত প্ৰথম নোট আৱিষ্কাৰ হয়। তাত আধা জ্বলি যোৱা নোটৰ বাণ্ডিল পোৱা গৈছে বুলি দাবী কৰা হৈছিল। তাৰ পৰাই আৰম্ভ হয় বিতৰ্ক। বিতৰ্কৰ মাজতে ন্যায়াধীশগৰাকীক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। পিছত এই গোচৰটো উচ্চতম ন্যায়ালয়ত উপনীত হয়।

এই ঘটনাৰ তদন্তৰ বাবে শীর্ষ আদালতে উচ্চ ন্যায়ালয়ৰ তিনিজন ন্যায়াধীশৰ সৈতে আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰে। ৩ মে’ত তদন্ত সমিতিয়ে উচ্চতম ন্যায়ালয়ত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে। খান্না সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।

তদন্ত সমিতিৰ প্ৰতিবেদন পৰীক্ষা কৰি অৱসৰৰ কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে ইমপিচমেন্ট দাখিলৰ (অপসাৰণ) পৰামৰ্শ দিয়ে। অৱশ্যে প্ৰতিবেদনত কি উল্লেখ আছে সেয়া ৰাজহুৱা কৰা হোৱা নাই।

বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দত্ত আৰু মছিহৰ বিচাৰপীঠে কয় যে দেশৰ মুখ্য ন্যায়াধীশে যদি কোনো ন্যায়াধীশে কোনো অসৎ আচৰণ কৰা বুলি অনুভৱ কৰে তেন্তে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক অৱগত কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, “পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া ৰাজনৈতিক সিদ্ধান্ত। কিন্তু ন্যায়পালিকাই সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিব লাগিব যে যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে।”

এই গোচৰত ন্যায়াধীশ বাৰ্মাৰ হৈ আদালতত যুক্তি দিছিল অধিবক্তা কপিল ছিবালে। আভ্যন্তৰীণ তদন্ত সমিতিৰ পৰামৰ্শ অসাংবিধানিক বুলি দাবী কৰে ছিবালে। তেওঁৰ মতে, এনেদৰে অপসাৰণ প্ৰক্ৰিয়াৰ পৰামৰ্শ দিলে এক বিপজ্জনক নজিৰৰ সৃষ্টি হ’ব। বিবৃতি শুনানিৰ পাছত ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: নগদ ধন কাণ্ডত ন্যায়াধীশবাৰ্মাক পধমক উচ্চতম ন্যায়ালয়ৰৰায় স্থগিত
Share4Tweet3Send

Related Posts

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

by News Desk
August 22, 2026
51
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

by News Desk
August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
51
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

by News Desk
August 22, 2026
52
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

by News Desk
August 22, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

by News Desk
August 21, 2026
51
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d