ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gujarat Temple Robbery : গুজৰাটৰ মন্দিৰৰ পৰা অন্তৰ্ধান ৭৮ লাখ টকাৰ গহনা, সোণৰ হাৰো চুৰি

নিউজ ডেস্কঃ

News Desk by News Desk
November 7, 2024
Reading Time: 1 min read
A A
0
Gujarat Temple Robbery : গুজৰাটৰ মন্দিৰৰ পৰা অন্তৰ্ধান ৭৮ লাখ টকাৰ গহনা, সোণৰ হাৰো চুৰি

RELATED POSTS

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

New Logo Smal 1 | ASSAM TIMES POST

গুজৰাটৰ এটা মন্দিৰত চুৰি (Gujarat temple burglary) লাখ লাখ টকাৰ সোণৰ গহনা। জানিব পৰা মতে, পঞ্চমহল জিলা (Panchamahal District)ৰ পাভগড় পাহাৰৰ এটি কালী মন্দিৰ (Kali Mandir)ৰ পৰা কেইদিনমানৰ ভিতৰতে ৭৮ লাখ টকাৰ সোণ চুৰি (Gold worth Rs 78 lakh stolen) হয়। এই ঘটনাত এসপ্তাহৰ তালাচীৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ব্যক্তিক।

guj | ASSAM TIMES POST
গুজৰাটৰ মন্দিৰৰ পৰা অন্তৰ্ধান ৭৮ লাখ টকাৰ গহনা, সোণৰ হাৰো চুৰি কৰা চোৰক গ্ৰেপ্তাৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম বিদুৰভাই বাছাব। চুৰাটৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ পৰা উদ্ধাৰ হয় ৬ ডাল সোণৰ হাৰ। যাৰ বজাৰ মূল্য ৭৮ লাখ টকাৰো অধিক। যোৱা ২৮ অক্টোবৰত চুৰি হৈছিল এই গহনাখিনি।

আৰক্ষী অধীক্ষক হিমাংশু চোলাংকিয়ে জনোৱা মতে, স্থানীয় থানাৰ আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰে। ইয়াৰ উপৰি আৰক্ষীয়ে স্থানীয় একাংশ সূত্ৰৰ সহায়ত চোৰজনক ধৰিবলৈ সক্ষম হয়। মন্দিৰ আৰু ইয়াৰ আশেপাশে থকা ১৫০টা চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়। সেই ফুটেজত এজন ব্যক্তিক বাইক লৈ মন্দিৰৰ সন্মুখত ঘূৰি ফুৰা দেখা গৈছিল। ইয়াৰ পিছত তেওঁক চিনাক্ত কৰা হয়। আৰক্ষীয়ে পঞ্চমহল জিলাৰ পৰা ২০০ কিলোমিটাৰ নিলগৰ ঘৰ এটাৰ পৰা বিদুৰভাইক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা চুৰি হোৱা সোণৰ গহনা উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GujaratTempleRobberyগুজৰাটমন্দিৰচুৰি
Share4Tweet3Send

Related Posts

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

by News Desk
August 28, 2026
50
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

by News Desk
August 28, 2026
50
Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে
National-International

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

by News Desk
August 28, 2026
50
Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক
National-International

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

by News Desk
August 28, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
51
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

by News Desk
August 27, 2026
51
ADVERTISEMENT
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
50
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026
50
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

August 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d