ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Monsoon in India : সময়তকৈ আগতেই আৰম্ভ হ’ব বৰ্ষা ঋতু, স্বাভাৱিতকৈ বেছি হ’ব বৰষুণ

নিউজ ডেস্কঃ

News Desk by News Desk
May 16, 2024
Reading Time: 1 min read
A A
0
Monsoon in India : সময়তকৈ আগতেই আৰম্ভ হ’ব বৰ্ষা ঋতু, স্বাভাৱিতকৈ বেছি হ’ব বৰষুণ

RELATED POSTS

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

New Logo Smal 1 | ASSAM TIMES POST

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে (Central Meteorological Department) ইতিমধ্যে জনাইছিল যে এইবাৰ দেশত স্বাভাৱিকতকৈ বেছি বৰষুণ হ’ব (Country will receive more than normal rainfall)। তাৰ লগতে বিভাগটোৱে কয় যে এইবাৰ বৰ্ষা ঋতু মূল ভাৰতত সাধাৰণতকৈ অলপ আগতে প্ৰৱেশ কৰিব ( The monsoon season will enter earlier than usual)। বতৰ বিভাগৰ মতে, ৩১ মে’ত এইবাৰ কেৰালাত প্ৰৱেশ কৰিব পাৰে দক্ষিণ-পশ্চিম মোচুমী বায়ু। সাধাৰণতে ১ জুনত এই মৌচুমী বায়ু কেৰালাত প্ৰৱেশ কৰে। অৱশ্যে এই ধৰণৰ পূৰ্বাভাসত গাণিতিক আৰ্হি অনুসৰি দুই-এদিনৰ হেৰফেৰ হোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰা হৈছে।

Mansoon | ASSAM TIMES POST

বতৰ বিজ্ঞানীসকলৰ মতে, মৌচুমী বায়ু কেৰালাত প্ৰৱেশ কৰাৰ পিছত ক্ৰমান্বয়ে উত্তৰ আৰু পূব ভাৰতৰ দিশে গতি কৰে। সেই অনুসৰি ১০ জুনৰ ভিতৰত অসমত মোচুমী বায়ু প্ৰৱেশৰ সম্ভাৱনা আছে। কিন্তু বাৰিষাৰ এই অগ্ৰগতি জুন মাহৰ বতৰৰ পৰিস্থিতিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। গতিকে কেৰালাত মোচুমী বায়ু প্ৰৱেশ কৰিলেও অসমত যে প্ৰৱেশ কৰিব সেই কথা নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। মৌচুমী বায়ুৰ পিছত কেৰালাত কি পৰিস্থিতিৰ সৃষ্টি হয় তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে।

উল্লেখ্য যে বতৰ বিভাগে প্ৰথম এপ্ৰিল মাহত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল। বিভাগটোৱে জনাইছিল যে সমগ্ৰ ঋতুটোৰ গড় বৰষুণ স্বাভাৱিক বাৰিষাৰ ১০৬ শতাংশ হ’ব। অৱশ্যে অঞ্চল অনুসৰি ক’ত কেনেকৈ বৰষুণ হ’ব সেয়া এতিয়াও বিতংভাৱে কোৱা হোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MonsooninIndiaবৰ্ষাঋতু
Share5Tweet3Send

Related Posts

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

by News Desk
October 29, 2026
50
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

by News Desk
October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

by News Desk
October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

by News Desk
October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

by News Desk
October 28, 2026
52
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

by News Desk
October 28, 2026
52
ADVERTISEMENT
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
50
Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

October 29, 2026
50
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

October 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d