ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC direction to ED on arrest : আদালতৰ সন্মতি অবিহনে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অভিযুক্তক; ইডিক লেকাম টানিলে ছুপ্ৰিম কোৰ্টে

নিউজ ডেস্কঃ

News Desk by News Desk
May 16, 2024
Reading Time: 1 min read
A A
0
SC direction to ED on arrest : আদালতৰ সন্মতি অবিহনে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অভিযুক্তক; ইডিক লেকাম টানিলে ছুপ্ৰিম কোৰ্টে

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal | ASSAM TIMES POST

লোকসভা নিৰ্বাচনৰ মাজতে বলৱৎকাৰী সঞ্চালকালয় (Enforcement Directorate) চমুকৈ ইডি (ED)ৰ ক্ষমতাৰ ওপৰত লেকাম টানিলে উচ্চতম ন্যায়ালয়ে (Supreme Court pulls down power)। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে বিশেষ আদালতত বিচাৰাধীন হৈ থকা ‘অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইন’ (পিএমএলএ) গোচৰৰ ১৯ নং ধাৰাৰ অধীনত ইডিয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰে (ED cannot arrest the accused)। ইডিয়ে যদি এনে কোনো অভিযুক্তক জিম্মাত ৰাখিব বিচাৰে তেন্তে সংশ্লিষ্ট বিশেষ আদালতত আবেদন কৰিব লাগিব (An appeal has to be made in the special court to keep the accused in custody.)।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰি কয়, “যদি কোনো অভিযুক্তই চমনৰ প্ৰতি সঁহাৰি জনাই আদালতত হাজিৰ হয় তেন্তে ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সংশ্লিষ্ট আদালতত আবেদন কৰিব লাগিব। আদালতৰ অনুমতি অবিহনে হাজিৰ হোৱা অভিযুক্তক ইডিয়ে জিম্মাত ল’ব নোৱাৰে।” দুজন ন্যায়াধীশৰ বিচাৰপীঠৰ এই উল্লেখযোগ্য আদেশৰ লগতে বিচাৰপীঠৰ তাৎপৰ্যপূৰ্ণ নিৰ্দেশ, ”যদি পিএমএলএ গোচৰৰ অভিযুক্তই চমনৰ উত্তৰত আদালতত হাজিৰ হয়, তেন্তে তাত তেখেতে জামিনৰ বাবে পৃথকে আবেদন কৰাৰ প্ৰয়োজন নাই।”

ed 1 | ASSAM TIMES POST

এই গোচৰত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কয় যে পিএমএলএৰ ৪৫ নং ধাৰাৰ দ্বৈত চৰ্ত কাৰ্যকৰী নহ’ব। কাকতালীয়ভাৱে ক’বলৈ গ’লে উক্ত দুটা চৰ্তৰ ভিতৰত প্ৰথমটো চৰ্তত কোৱা হৈছে যে যেতিয়া পিএমএলএৰ গোচৰৰ কোনো অভিযুক্তই জামিনৰ বাবে আদালতত আবেদন কৰে তেতিয়া প্ৰথমে শুনানিৰ বাবে চৰকাৰি আইনজীৱীৰ সন্মতিৰ প্ৰয়োজন হয়। চৰকাৰী আইনজীৱীয়ে দোষী নহয় বুলি সন্তুষ্ট হ’লেহে জামিন প্ৰদান কৰিব পাৰিব আৰু মুকলি হ’লে একেধৰণৰ অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনা নাথাকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবেই ইডিৰ উক্ত অতিৰিক্ত ক্ষমতা কাৰ্যত গুৰুত্বহীন হৈ পৰে৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত কাৰ্যকৰী হোৱা সংশোধিত পিএমএলএ আইনখনে ইডিক গ্ৰেপ্তাৰ, তালাচী, চমন জাৰি বা নগদ ধন জব্দ কৰাৰ স্বেচ্ছাচাৰী ক্ষমতা প্ৰদান কৰা বুলি বিভিন্ন অসামৰিক সংগঠন আৰু বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। ইডিৰ এই ক্ষমতা সংবিধানৰ মৌলিক অধিকাৰৰ বিৰুদ্ধে বুলিও অভিযোগ উত্থাপন হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SCdirectiontoEDonarrestইডিকলেকামছুপ্ৰিমকোৰ্টৰ
Share5Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d