ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

তাৰালাংছ’ৰ বাকৰিত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ কাৰবি পৰাম্পৰাগত ক্ৰীড়াৰ আয়োজনঃ শান্তিৰ প্ৰতীক কপৌ উৰাই ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

ASSAM TIMES POST by ASSAM TIMES POST
January 6, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ডিফুঃ কাৰবি লোক কৃষ্টি সংস্কৃতি গৱেষণাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কাৰবি পিপুলছ হলছৰ তাৰালাংচৰ বাকৰিত প্ৰথমবাৰৰ বাবে সেনাৰ ৰেড হৰ্ণ ডিভিজনে আয়োজন কৰিছে কাৰবি পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা ৷

WhatsApp Image 2020 01 06 at 05.32.15 2 | ASSAM TIMES POST

৬ আৰু ৭ জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা খনত এযোৰ শান্তিৰ কপৌ চৰাই উৰাই উন্মোচন কৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণ ছিং বে’ই ৷

WhatsApp Image 2020 01 06 at 05.32.19 1 | ASSAM TIMES POST

ক্ৰীড়া প্ৰতিখনিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে’ক সেনাৰ তৰফৰ পৰা পহ’ আৰু স্মাৰকেৰে উষ্ম সম্ভাষণ জ্ঞাপন কৰা হয় ৷ প্ৰতিযোগিতা খনিৰ আৰম্ভনিৰ পূৰ্বে কাৰবি কালচাকেল ট্ৰুপৰ তৰফৰ স্বাগত সংগীত পৰিবেশন কৰাৰ লগতে পৰাম্পৰাগত মাৰাঠা ক্ৰীড়া শৈলী প্ৰদৰ্শনে দৰ্শকক আপ্লুত কৰে ৷ কাৰবি পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা খনৰ শুভ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত সাংসদ হৰেণছিং বে’ ই কয় যে, তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰবি আংলঙত যি শান্তি প্ৰতিষ্ঠা হৈছে সেই শান্তিৰে জিলাখনত. গঢ়ি উঠা প্ৰেম ভাতৃত্ব আৰু সমন্বয় অক্ষুণ্ণ ৰখাৰ বাবে কামনা কৰে ৷

WhatsApp Image 2020 01 06 at 05.32.17 2 | ASSAM TIMES POST WhatsApp Image 2020 01 06 at 05.32.17 1 | ASSAM TIMES POST WhatsApp Image 2020 01 06 at 05.32.16 | ASSAM TIMES POST WhatsApp Image 2020 01 06 at 05.32.16 1 | ASSAM TIMES POST

ইয়াৰোপৰি এগৰাকী সাংসদ হিছাপে পাহাৰীয়া জিলা তিনিখনত উন্নয়ণ আৰু প্ৰগতিৰ বাবে সদা প্ৰস্তুত বুলি মন্তব্য কৰে ৷ আনহাতে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য. তুলিৰাম ৰংহাঙে জিলাখনত প্ৰথমবাৰৰ বাবে সেনাৰ উদ্যোগত কাৰবি পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সেনাৰ উদ্যোগক উচ্চ প্ৰশংসা কৰে ৷

WhatsApp Image 2020 01 06 at 05.22.32 | ASSAM TIMES POST

মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে জিলাখনত খেলৰ জৰিয়তে ক্ৰীড়া সংস্কৃতি গঢ়ি তুলি জিলাখনৰ জনসাধাৰণৰ মাজত শান্তি আৰু ভাতৃত্ববোধ গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ ইয়াৰ পিছত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগী সকলে হামবি কেপাথু, কেংদাং দাং কে কাপ, আৰু লেং পুম চক্ চন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ৷ সেনাৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ৷ 

Tags: FeaturedFeatured2karbi anglong
Share12Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx