ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Staff Reporter by Staff Reporter
June 17, 2026
Reading Time: 1 min read
A A
0
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

New Logo Smal | ASSAM TIMES POST‎
‎টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া চমুকৈ ট্ৰাই-এ অসমৰ ২৭নং আৰু ৬২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লংকা-নাৰায়ণপুৰ ৰে’লৱে ব্ৰীজ অংশত চলোৱা এক স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (আইডিটি)ৰ ফলাফল প্ৰকাশ কৰিছে, য’ত এই অঞ্চলটোৰ টেলিকম অপাৰেটৰসকলে প্ৰদান কৰা মোবাইল নেটৱৰ্ক সেৱাৰ গুণগত মান মূল্যায়ন কৰা হৈছে।

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা:

২০২৬ চনৰ ১০ মাৰ্চৰ পৰা ১৮ মাৰ্চৰ ভিতৰত চলোৱা এই ড্ৰাইভ টেষ্টত অসম লাইচেঞ্চপ্ৰাপ্ত সেৱা এলেকা (এলএছএ)ৰ অধীনত প্ৰায় ১৯০ কিলোমিটাৰ ঘাইপথ আৰু ৭টা হটস্পট স্থান সামৰি লোৱা হৈছিল। এই অনুশীলনে ২জি, ৩জি, ৪জি আৰু ৫জি নেটৱৰ্কত কভাৰেজ, কল ড্ৰপৰ হাৰ, কল ছেটআপৰ সফলতাৰ হাৰ, কথা-বতৰাৰ গুণগত মান আৰু মোবাইল ডাটা স্পীডকে ধৰি গুৰুত্বপূৰ্ণ সেৱাৰ গুণগত মান (কিউঅ’এছ)ৰ মাপকাঠিসমূহ মূল্যায়ন কৰিছিল।

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

প্ৰতিবেদন অনুসৰি, ৰিলায়েন্স জিঅ’ই সৰ্বাধিক ৮৮.২১ এমবিপিএছ গড় ডাউনলোড স্পীড দিবলৈ সক্ষম হৈছে, ইয়াৰ পিছতে এয়াৰটেলে ৬৬.৫০ এমবিপিএছ দিবলৈ সক্ষম হৈছে। ভোডাফোন আইডিয়া (ভিআইএল)ই ১৬.৮৪ এমবিপিএছ লাভ কৰাৰ বিপৰীতে বিএছএনএলে ৪.৮৬ এমবিপিএছ গতি দিবলৈ সক্ষম হৈছে।

আপলোড স্পীডৰ ক্ষেত্ৰত এয়াৰটেলে ১৩.৬৩ এমবিপিএছেৰে শীৰ্ষত থকাৰ বিপৰীতে জিঅ’ই ৬.৬১ এমবিপিএছ, ভিআইএলে ৩.৯৯ এমবিপিএছ আৰু বিএছএনএলে ৩.১০ এমবিপিএছ গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে। এই প্ৰতিবেদনত সকলো অপাৰেটৰৰে কভাৰেজৰ অভাৱ আৰু কল ড্ৰপৰ সমস্যাও প্ৰকাশ কৰা হৈছে। এয়াৰটেলৰ ৯টা, বিএছএনএলৰ ১২টা, জিঅ’ৰ ১৪টা আৰু ভিআইএলৰ ২১টা কল ড্ৰপ হোৱাৰ তথ্য পোৱা গৈছে।

বামুণগাঁও, দিজাবৰা, মুপা, দিদাওদীপ, ৰেটজল আৰু ডামচৰাৰ মাজেৰে পাৰ হৈ যোৱা অংশসমূহক সামৰি এই পথটোৰ কেইবাটাও স্থানত নেটৱৰ্ক কভাৰেজৰ প্ৰত্যাহ্বান প্ৰত্যক্ষ কৰা হৈছে। এই ফলাফলসমূহ অসমৰ পৰিবহন নেটৱৰ্কত নিৰ্ভৰযোগ্য সংযোগৰ ওপৰত নিৰ্ভৰ কৰা ব্যৱসায়ী, লজিষ্টিক অপাৰেটৰ, ডিজিটেল সেৱা প্ৰদানকাৰী আৰু গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ।

প্ৰধান ঘাইপথসমূহৰ কাষে কাষে উন্নত টেলিকম কাৰ্যক্ষমতাই মসৃণ ডিজিটেল লেনদেন, ই-কমাৰ্চৰ বিকাশ আৰু ব্যৱসায়িক যোগাযোগত সহায় কৰিব পাৰে, যাৰ ফলত গুৱাহাটী আৰু সমগ্ৰ উত্তৰ-পূবৰ অন্যান্য বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী হ’ব। ট্ৰাইয়ে কয় যে, এই তথ্যসমূহ প্ৰয়োজনীয় সংশোধনী ব্যৱস্থা আৰু সেৱাৰ উন্নতিৰ বাবে টেলিকম অপাৰেটৰৰ সৈতে ভাগ-বতৰা কৰা হৈছে।
‎

Tags: নেটৱৰ্কৰ দুৰ্বলতাৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx