ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পৰিণীতিৰ সলনি অজয় দেৱগণৰ সৈতে নৰা ফাতেহীঃ

Staff Reporter by Staff Reporter
January 6, 2020
Reading Time: 1 min read
A A
0
পৰিণীতিৰ সলনি অজয় দেৱগণৰ সৈতে নৰা ফাতেহীঃ

RELATED POSTS

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

বলীউড ক্ষেত্ৰখনত ধীৰ গতিৰে হ’লেও নিজ কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে অভিনেত্ৰী নৰা ফাতেহীয়ে। যোৱা কিছুদিনৰ পৰা নৰা ফাতেহীক কেইবাটাও “আইটেম চং” ত নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতেই পোন প্ৰথমবাৰৰ বাবে আগন্তুক ছবি “ষ্ট্ৰীট ডেন্সাৰ থ্ৰী-ডি” ত তেওঁ অভিনয় কৰাৰ সুবিধা লাভ কৰিছে।

D9 cb7pUwAAPzZx | ASSAM TIMES POST

এক সংবাদ অনুসৰি, অভিষেক দূধেয়াৰ দ্বাৰা নিৰ্দেশনাত নিৰ্মিত “ভূজঃ দা প্ৰাইড অৱ ইণ্ডিয়া” ছবিখনত পৰিণীতি চোপ্ৰাৰ সলনি অভিনয় কৰিব নৰা ফাতেহীয়ে। ছবিখনত প্ৰথমে পৰিণীতি চোপ্ৰাক এগৰাকী “স্পাই” চৰিত্ৰত দেখিবলৈ পোৱা যাব বুলি কোৱা হৈছিল যদিও অভিনত্ৰী গৰাকীৰ সময়ৰ অভাৱৰ বাবে তেওঁ ছবিখনত কাম কৰিবলৈ নাকচ কৰে;ফলত ছবিখনত উক্ত চৰিত্ৰটো ৰূপায়ন কৰিব নৰা ফাতেহীয়ে।

36606909 1851189068519525 3929526013595222016 n | ASSAM TIMES POST

চলিত মাহৰ ১২ তাৰিখৰ পিছৰ পৰাই আৰম্ভণি কৰা হ’ব ছবিখনৰ শ্বুটিং। এই শ্বুটিঙ ১৫ দিনীয়া হ’ব। নৰাৰ বাহিৰেও এই ছবিখনত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগণ, সোণাক্ষী সিনহা, সঞ্জয় দত্ত আৰু ৰাণা দগ্গুবতীয়ে।

SOURCE:https://rupaliparda.com/archives/9186

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: bollywood actressbollywood cinemabollywood filmbollywood movie
Share5Tweet3Send

Related Posts

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

by News Desk
August 28, 2026
50
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

by News Desk
August 28, 2026
50
Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে
National-International

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

by News Desk
August 28, 2026
50
Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক
National-International

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

by News Desk
August 28, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
51
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

by News Desk
August 27, 2026
51
ADVERTISEMENT
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
50
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026
50
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

August 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d