ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Esha Deol divorce : ১২ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলালে ঈষা দেওলে, কাৰণ কি?

নিউজ ডেস্কঃ

News Desk by News Desk
February 7, 2024
Reading Time: 1 min read
A A
0
Esha Deol divorce : ১২ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলালে ঈষা দেওলে, কাৰণ কি?

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

মঙলবাৰে অভিনেত্ৰী ঈষা দেউলে বিবাহ বিচ্ছেদৰ (Actress Esha Deol divorces) কথা ঘোষণা কৰে। বিয়াৰ ১২ বছৰ পিছত যৱনিকা পৰে তেওঁলোকৰ দাম্পত্য জীৱনৰ। এক যৌথ বিবৃতিত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে পাৰস্পৰিক সন্মতি সাপেক্ষে বিবাহৰ অন্ত (End of marriage subject to mutual consent) পেলাইছে বুলি জানিবলৈ দিয়ে। অৱশ্যে দুবছৰমান পূৰ্বে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁৰ স্বামী ভৰতৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছে। আৰম্ভ হৈছিল দ্বিতীয় কন্যা মিৰায়াৰ জন্মৰ পিছত।

২০২০ চনত ঈষাই লিখিছিল এখন গ্ৰন্থ। নামটো হৈছে ‘আম্মা মিয়া: ষ্ট’ৰিজ, এডভাইচ এণ্ড ৰেচিপিজ’। তাতে অভিনেত্ৰীগৰাকীয়ে কয় যে দ্বিতীয় সন্তানৰ জন্মৰ পৰাই স্বামী ভৰতে নিজকে ‘অৱহেলিত’ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল।

Esha Deol | ASSAM TIMES POST

ঈষাই তেওঁৰ গ্ৰন্থখনত লিখিছে, “দ্বিতীয় সন্তান জন্ম হোৱাৰ কিছু দিনৰ পাছতে মই লক্ষ্য কৰোঁ যে ভৰতে মোৰ লগত অদ্ভুত আচৰণ কৰিছে, প্ৰায় সকলো সময়তে বিচলিত হৈ থাকে। আচলতে তেওঁ অনুভৱ কৰিছিল যে মই তেওঁৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব দিয়া নাই। মই জানো, স্বামীৰ এনে অনুভৱ হোৱাটো স্বাভাৱিক। সেই সময়ত মই এফালে ৰাধ্যাৰ স্কুল আৰু আনফালে মিৰায়াৰ খোৱা-বোৱাত ব্যস্ত আছিলো। লগে লগে মোৰ গ্ৰন্থ লিখা আৰু মোৰ প্ৰডাকচন কোম্পানীটোৰ সৈতে হোৱা সভাও আছিল। লাহে লাহে মোৰ ভুলটো বুজি পালোঁ।

এবাৰ ভৰতে নতুন ব্ৰাছ বিচাৰিছিল, মই পাহৰি গ’লো। কেতিয়াবা তেওঁৰ কাপোৰবোৰ ইস্ত্ৰী কৰা নহয়, কেতিয়াবা তেওঁ অফিচত একো নোখোৱাকৈ ওলাই যাব লগা হয়, মই ধ্যান দিব পৰা নাছিলো।” অৱশেষত সম্পৰ্ক বিচ্ছেদৰ পথত খোজ দিলে। অৱশ্যে এইটো গুজৱ শুনা যায় যে অভিনেত্ৰীগৰাকীৰ স্বামী ভৰত বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত। মুম্বাই এৰি তেওঁ প্ৰেমিকাৰ সৈতে বাংগালুৰুত আছে। কিন্তু এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই বিখ্যাত হীৰা ব্যৱসায়ীগৰাকীয়ে।

Tags: EshaDeolDivorceঈষাদেওলদাম্পত্যজীৱনৰঅন্ত
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx