ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Sanjay Dutt I পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত

নিউজ ডেস্কঃ

News Desk by News Desk
January 12, 2024
Reading Time: 1 min read
A A
0
Sanjay Dutt I পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত

RELATED POSTS

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

New Logo Smal 1 | ASSAM TIMES POST

বৃহস্পতিবাৰে বিহাৰৰ গয়াৰ বিষ্ণুপদ মন্দিৰত উপস্থিত হয় অভিনেতা সঞ্জয় দত্ত (Sanjay Dutt)। অৱশ্যে চিনেমাৰ শ্বুটৰ বাবে নহয়, পিণ্ডদান কৰিবলৈহে যায় অভিনেতাগৰাকীয়ে। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত হিন্দু ধৰ্মত পিণ্ডদানৰ প্ৰথা আছে। এইবাৰ মাতৃ নাৰ্গিছ দত্ত আৰু সুনীল দত্তৰ বাবে গয়াত পিণ্ড (Pinda in Gaya) দিলে তেওঁলোকৰ একমাত্ৰ পুত্ৰই। তাতেই অভিনেতাজনে ৰাম মন্দিৰক লৈ এটা ইংগিতদায়ক মন্তব্য কৰে।

বগা পাঞ্জাবী-পাইজামা পিন্ধি সঞ্জয় ডিঙিত টাৱেল লৈ পূজাত বহে। তেওঁ পুৰোহিতৰ কথা সম্পূৰ্ণ ভক্তিৰে পালন কৰে। আনহাতে, অভিনেতাজনৰ গয়াৰ আগমনৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁক চাবলৈ মন্দিৰৰ চৌহদত বহু লোকৰ ভিৰ হয়।

পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত
পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত:

অভিনেতাগৰাকীয়ে পিণ্ডদান কৰি ওলাই অহাৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰতিষ্ঠা সম্পৰ্কে প্ৰশ্ন কৰা হয়। সঞ্জয় দত্তই কয়, “দেশত এনেকুৱা কিবা এটা ঘটি থকাটো ভাল কথা। ময়ো আশীৰ্বাদৰ বাবে তাত উপস্থিত হ’ম।”

উল্লেখযোগ্য যে ২০০৫ চনত সঞ্জয়ে পিতৃক হেৰুৱাইছিল। ইয়াৰ পূৰ্বে অৱশ্যে অভিনেতাগৰাকীয়ে কেইবাটাও ধুমুহাৰ সন্মুখীন হৈছিল। সঞ্জয় যৌৱনকালত ভৰি দিওঁতেই মাতৃ নাৰ্গিছৰ মৃত্যু হয়। ১৯৮১ চনত তেওঁৰ প্ৰথমখন ছবি ‘ৰকি’ মুক্তিৰ মাত্ৰ এসপ্তাহৰ পূৰ্বে মাতৃহাৰা হয় তেওঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SanjayDuttainGayaগয়াতসঞ্জয়দত্ত
Share5Tweet3Send

Related Posts

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
October 21, 2026
50
Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ
Entertrainment

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

by News Desk
October 8, 2026
53
Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
52
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
51
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
51
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d