ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Manipur violence I যি নামেৰেই নামাতক কিয়, আমি মণিপুৰৰ চকুলো মচিম, মোডীলৈ উত্তৰ ৰাহুলৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 25, 2023
Reading Time: 1 min read
A A
0
Manipur violence I যি নামেৰেই নামাতক কিয়, আমি মণিপুৰৰ চকুলো মচিম, মোডীলৈ উত্তৰ ৰাহুলৰ

RELATED POSTS

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

নতুন বিৰোধী মিত্ৰজোঁট ‘India’ (Indian National Developmental Inclusive Alliance) সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা আগ্ৰাসী মন্তব্যৰ প্ৰতিক্ৰিয়া (Reaction to Narendra Modi’s aggressive remarks) প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে। মঙলবাৰে বিয়লি তেওঁ টুইটাৰত লিখিছে, “মোডী ডাঙৰীয়া, আমাক যি নামেৰেই নামাতক কিয়, আমি ‘INDIA’। আমি মণিপুৰ (Manipur)ৰ ঘা নিৰ্মূল কৰাত সহায় কৰিম, প্ৰতিগৰাকী মহিলা আৰু শিশুৰ চকুলো মচিম। আমি মানুহৰ মাজত শান্তি আৰু প্ৰেম পুনৰ ঘূৰাই আনিম। আমি মণিপুৰত ভাৰতীয়ত্বৰ মনোভাব পুনৰ প্ৰতিষ্ঠা কৰিম।”

MODI 2 | ASSAM TIMES POST

উল্লেখযোগ্য যে মণিপুৰক লৈ বিৰোধীৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে বাৰে বাৰে সংসদৰ অধিবেশন স্থগিত ৰাখিবলগা হৈছে। মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী জনাইছে ‘INDIA’ৰ সাংসদসকলে। এই পৰিবেশত সোমবাৰে পুৱা বৰ্ষাকালীন অধিবেশনৰ চতুৰ্থ দিন আৰম্ভ হোৱাৰ পূৰ্বে মোডীয়ে সংসদ ভৱনত বিজেপি সংসদীয় দলৰ বৈঠকত ‘INDIA’ক নিষিদ্ধ দুটা উগ্ৰপন্থী গোট ‘ইণ্ডিয়ান মুজাহিদীন’ আৰু ‘পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া ’ৰ সৈতে তুলনা কৰে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়টোও তেওঁ উত্থাপন কৰে। তেওঁ বিৰোধীক ঠাট্টা কৰি কয় যে তিনিওটা ক্ষেত্ৰতে ‘India’ নাম আছে।

মোডীলৈ উত্তৰ ৰাহুলৰ
যি নামেৰেই নামাতক কিয়, আমি মণিপুৰৰ চকুলো মচিম, মোডীলৈ উত্তৰ ৰাহুলৰ:

মোডীৰ মন্তব্যৰ বাবেই মঙলবাৰে সংসদত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী সাংসদসকলে। তেওঁলোকে দাবী কৰে যে প্ৰধানমন্ত্ৰীৰ এনে মন্তব্য তেওঁৰ ‘আতঙ্কৰ বহিঃপ্ৰকাশ’। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, “পাটনা আৰু বেংগালুৰুত আমাৰ সফল বৈঠক দেখি প্ৰধানমন্ত্ৰী চাপত পৰিছে। সেইবাবেই তেওঁলোকে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: indiaRahulGandhiৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

by News Desk
August 22, 2026
50
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

by News Desk
August 22, 2026
50
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
50
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
50
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d