ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Marriages in China drop I চীনত বিয়াৰ প্ৰতি বৃদ্ধি পাইছে অনীহা, এক সমীক্ষাত প্ৰকাশ

নিউজ ডেস্কঃ

News Desk by News Desk
July 5, 2023
Reading Time: 1 min read
A A
0
Marriages in China drop I চীনত বিয়াৰ প্ৰতি বৃদ্ধি পাইছে অনীহা, এক সমীক্ষাত প্ৰকাশ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

চীনৰ যুৱ প্ৰজন্ম বিবাহৰ প্ৰতি ক্ৰমাৎ বিমুখ (China Increasingly disinterested in marriage ) হৈ পৰিছে!শেহতীয়াকৈ দেশখনৰ ‘নেচনেল ব্যুৰো অব ষ্টেটিষ্টিকছ’ৰ দ্বাৰা প্ৰকাশিত এক অধ্যয়নত এনে এটা ইংগিত পোৱা গৈছে। সমীক্ষা অনুসৰি, ২০১৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা লোকৰ সংখ্যা ৪১ শতাংশ হ্ৰাস (41 per cent drop in the number of married people) পাইছে।

চীনত বিয়া
চীনত বিয়াৰ প্ৰতি বৃদ্ধি পাইছে অনীহা:

কিন্তু পৰিয়াল গঢ়িবলৈ অনিচ্ছা কিয়? ঘৰুৱা হিংসাৰ আশংকাই হৈছে বিবাহত প্ৰৱেশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ মূল কাৰণ বুলি বাতৰি প্ৰকাশ পাইছে। ইয়াৰ উপৰি জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস, লিংগ বৈষম্য আদি কাৰকো আছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, বিগত ১০ বছৰত চীনত বিবাহৰ হাৰ হ্ৰাস (Decline in marriage rate) পাইছে। এসময়ত বিশ্বৰ সৰ্বাধিক জনবহুল দেশখনত বিবাহৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছিল। ঘৰুৱা হিংসাক বিবাহৰ হাৰ হ্ৰাস পোৱাৰ মূল কাৰণ হিচাপে বিশেষজ্ঞসকলে বহুলভাৱে গ্ৰহণ কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে চীনৰ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ বিয়পি পৰিছিল। তাত এজন পুৰুষে বাৰে বাৰে এগৰাকী মহিলাৰ ওপৰেৰে গাড়ী চলাই থকা দেখা গৈছে। এটা সময়ত মানুহজনে গাড়ীখন ৰখাই পত্নীৰ মৃত্যু হৈছেনে নাই চাবলৈ চেষ্টা কৰে। পিছত পোহৰলৈ আহে যে বৈবাহিক অস্থিৰতাৰ বাবেই তেওঁ তেনে কৰিছিল। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চীন আৰক্ষীয়ে। অৱশ্যে এই ‘ট্ৰেণ্ডিং’ ভিডিঅʼটো দেখাৰ পিছতে বহু লোকে বিশেষকৈ মহিলাসকলে ছচিয়েল মিডিয়াত বৈবাহিক জীৱনৰ অসহায়তাৰ বাতৰি প্ৰকাশ কৰে।

বহুতে মন্তব্য কৰে যে তেওঁলোকৰ জীৱন ঘৰুৱা হিংসাৰ দ্বাৰা বিকৃত হৈ পৰিছে। এগৰাকী মহিলাই নিজৰ অভিজ্ঞতাৰ বিষয়ে লিখি কয় যে স্বামীৰ প্ৰহাৰৰ ফলত কেইবা সপ্তাহো চিকিৎসালয়ত কটাবলগীয়া হৈছিল। বিয়াৰ প্ৰথম ২৪ মাহত ১৬ বাৰ স্বামীৰ দ্বাৰা নিৰ্যাতিত হ’বলগীয়া হোৱা বুলিও কয়। বিবাহ বিচ্ছেদৰ চেষ্টা কৰিলেও নিৰ্যাতন আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল। এই গোচৰৰ উপৰি ঘৰুৱা হিংসাৰ ফলত পত্নীৰ মৃত্যুও চীনা সমাজত এক পৰিচিত পৰিঘটনা।

অৱশ্যে যোৱা বছৰ চীনত বিবাহ বিচ্ছেদৰ হাৰ যথেষ্ট কম আছিল। অৱশ্যে বিভিন্ন মহলে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কঠোৰ নিষেধাজ্ঞাৰ ফলত বিবাহ বিচ্ছেদৰ সংখ্যা হ্ৰাস পোৱা বুলি দাবী কৰে। কিন্তু ইয়াৰ প্ৰভাৱো বিবাহৰ ওপৰত পৰিছে।

Tags: Chinadropmarriedpeopleচীনবিবাহৰহাৰহ্ৰাস
Share4Tweet3Send

Related Posts

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

by Staff Reporter
June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

by Staff Reporter
June 22, 2026
50
ADVERTISEMENT
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT