ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uniform Civil Code I অভিন্ন দেৱানী বিধি সন্দৰ্ভত মোডীৰ মন্তব্যৰ পিছতে মুছলিম ল’ বোৰ্ডৰ জৰুৰী বৈঠক

নিউজ ডেস্কঃ

News Desk by News Desk
June 28, 2023
Reading Time: 1 min read
A A
0
Uniform Civil Code I অভিন্ন দেৱানী বিধি সন্দৰ্ভত মোডীৰ মন্তব্যৰ পিছতে মুছলিম ল’ বোৰ্ডৰ জৰুৰী বৈঠক

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code) অৰ্থাৎ অভিন্ন দেৱানী বিধিক লৈ প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পিছতে মঙলবাৰে গভীৰ নিশা মুছলিম পাৰচনেল ল বোৰ্ডৰ (Muslim Personal Law Board) সদস্যসকলে জৰুৰী বৈঠক অনুষ্ঠিত কৰে।

অভিন্ন দেৱানী বিধি
অভিন্ন দেৱানী বিধি সন্দৰ্ভত মোডীৰ মন্তব্যৰ পিছতে মুছলিম ল’ বোৰ্ডৰ জৰুৰী বৈঠক:

ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত বৈঠকত প্ৰস্তাৱিত আইনখনৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আইন আয়োগে ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত সকলো পক্ষৰ মতামত বিচাৰিছিল। মঙলবাৰৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে আইন বোৰ্ডে অধিবক্তাসকলৰ সৈতে কথা পতাৰ পিছত আইন আয়োগলৈ এখন খচৰা প্ৰস্তাৱ প্ৰেৰণ কৰিব।

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত একেধৰণৰ দেৱানী বিধি প্ৰৱৰ্তনৰ বাবে সক্ৰিয় হৈছে কেন্দ্ৰৰ মোডী চৰকাৰে। কেন্দ্ৰই নিযুক্তি দিয়া আইন আয়োগেও এই ক্ষেত্ৰত ‘তৎপৰতা’ দেখুৱাইছে। এনে পৰিস্থিতিত মঙলবাৰৰ পৰাই প্ৰধানমন্ত্ৰী মোডীয়ে বিষয়টোৰ ওপৰত জনমত সৃষ্টিৰ কাম আৰম্ভ কৰে। মধ্যপ্ৰদেশৰ ভূপালত বিজেপিৰ বুথ কমিটীৰ সভাপতিসকলক দিয়া ‘মেৰা বুথ সবছে মজবুত’ কাৰ্যসূচীত তেওঁৰ প্ৰশ্ন- “যদি এটা পৰিয়ালত প্ৰতিজন সদস্যৰ বাবে সুকীয়া আইন থাকে, তেন্তে সেই পৰিয়ালটো চলিব পাৰিবনে?”

ইয়াৰ পিছত মোডীয়ে সেই যুক্তি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰে। তেওঁ কয়, “দেশৰ প্ৰতিটো সম্প্ৰদায়ৰ বাবে যদি একক আইন থাকে, তেন্তে দেশখন আগবাঢ়িব নোৱাৰে। সংবিধানতো সকলোৰে বাবে সমান আইনৰ কথা কোৱা হৈছে। উচ্চতম ন্যায়ালয়েও ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে।” ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, মঙলবাৰে প্ৰধানমন্ত্ৰীৰ ভাষণত স্পষ্ট হৈ পৰিছে যে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিবলৈ আগ্ৰহী।

উল্লেখযোগ্য যে বিজেপি-আৰএছএছে ঘোষণা কৰা কাৰ্যসূচীৰ ভিতৰত অযোধ্যাৰ ৰাম মন্দিৰ, ৩৭০ ৰদ, CAA ৰূপায়ণ কৰিছে মোডী চৰকাৰে। ইউনিফৰ্ম চিভিল কোড এতিয়াও প্ৰৱৰ্তন কৰা হোৱা নাই। বিৰোধীৰ এটা অংশই অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক ৰাজনীতিৰ ইছ্যু হিচাপে লʼবলৈ চেষ্টা কৰিছে। কাৰণ ইয়াৰ ফলস্বৰূপে মুছলমান সংগঠনসমূহে তেওঁলোকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰা হৈছে বুলি আপত্তি কৰিব। বিৰোধী দলসমূহৰ মতে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ দৰে বিষয়সমূহ পিছুৱাই যাব আৰু মেৰুকৰণৰ ৰাজনীতি মূল বিষয় হৈ পৰিব।

Tags: UniformCivilCodeঅভিন্নদেৱানীবিধিইউনিফৰ্মচিভিলকোড
Share4Tweet3Send

Related Posts

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

by News Desk
June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

by News Desk
June 19, 2026
50
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

by Staff Reporter
June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx