ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বাবৰি মছজিদ ধ্বংসৰ ২৭ বছৰঃ দোষীক শাস্তিৰ দাবীত ডিফুত চিপিআই(এমএল)ৰ ধৰ্ণা

ASSAM TIMES POST by ASSAM TIMES POST
December 6, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ বাবৰি মছজিদ ধ্বংস হোৱা ২৭ বছৰ অতিক্ৰম হোৱাৰ পিছতো উক্ত ঘটনাৰ সৈতে জড়তি থকা কোনো দোষীকে আজিও শাস্তি লাভ নকৰাৰ প্ৰতিবাদত আজি চিপিআই(এম এল) দলৰ উদ্যোগত ডিফুৰ ছেমছনছিং ইংতি স্মৃতি উদ্যাণত এক ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় ৷

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

চিপিআই(এমএল)ৰ কেইবাটাও সহযোগী সংগঠনৰ কৰ্মী সকলে অংশ গ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি দলটোৰ নেতা ৰবি কুমাৰ ফাংচ’ই শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ বাবৰি মছজিদ ধ্বংসৰ ঘটনাই ২৭ বছৰ অতিক্ৰম কৰাৰ পিছতো এই আক্ৰমণৰ লগত জড়িত দোষীক শাস্তি প্ৰদান নকৰাটো লজ্জাজনক বিষয় বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

অসম তথা কাৰবি আংলঙত বসবাস কৰি থকা বিভিন্ন ভাষা-ভাষী ধৰ্মালম্বী লোক সকলৰ মাজত বিভেদৰ ভাৱ সৃষ্টি কৰাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত থকা অভিযোগ কৰি নেতা গৰাকীয়ে লগতে ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত বিজেপিৰ ধৰ্ম বিদ্বেষী তৎপৰতা শীঘ্ৰ বন্ধ কৰাৰ দাবী জনায় নেতা গৰাকীয়ে ৷ ইয়াৰোপৰি চিপিআই(এমএল)ৰ ভগ্নী সংগঠন ৰূপে খ্যাত কাৰবি আংলং জিলাৰ অগ্ৰণী মহিলা সংগঠন কেএনচিএৰ শীৰ্ষ নেতৃ প্ৰতিমা ইংহিপীয়ে কয়যে, বাবৰি মছজিৰ ধ্বংসকাৰী দোষী শাস্তি নোপোৱাটো চৰম দুখজনক কথা ৷

বিজেপিয়ে ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্মৰ নামত মেৰুকৰণ ঘটাই মুছলমানক বাদ দি হিন্দু বাংলাদেশীক নাগৰিকত্ব মৰ্যদা দিবলৈ আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ পৰা নিৰ্যাতিত হৈ অহা হিন্দু সকলক নাগৰিকত্ব দিব বিচাৰিছে যদিও শ্ৰীলংকা, ম্যানমাৰ আদি দেশৰ হিন্দুৰ ক্ষেত্ৰত কিয় বিজেপিৰ দৰদ নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই নেতৃগৰাকীয়ে ৷ ৰাষ্ট্ৰজুৰি ‘কেব’ আৰু এনআৰচি বিজেপিয়ে ষড়যন্ত্ৰ ক্ৰমে জাপি দিব বিচাৰিছে যিটো আমি কোনো পধ্যেই সম্ভৱ হবলৈ নিদিও বুলি হুংকাৰ দিয়ে কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে ৷

Tags: FeaturedFeatured2karbi anglong
Share11Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx