ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uttar Pradesh faces extreme hot I উত্তৰ প্ৰদেশত তাপপ্ৰবাহত মৃত্যু ৭০, বিহাৰত ৫০

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2023
Reading Time: 1 min read
A A
0
Uttar Pradesh faces extreme hot I উত্তৰ প্ৰদেশত তাপপ্ৰবাহত মৃত্যু ৭০, বিহাৰত ৫০

RELATED POSTS

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

উত্তৰ প্ৰদেশ (Uttar Pradesh) আৰু বিহাৰ (Bihar)ত উত্তপ্ত গৰমত মৃত্যুৰ সংখ্যা বৃদ্ধি  পাইছে। কেৱল উত্তৰ প্ৰদেশৰ বালিয়াতে ৭০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, বিহাৰত মৃত্যুৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে। গৰমৰ বাবেই নে আন কাৰণত মৃত্যু হৈছে তাকে লৈ উত্তেজনাৰ সৃষ্টি হৈছে। কিন্তু দুয়োখন ৰাজ্য চৰকাৰে দাবী কৰিছে যে এই মৃত্যুৰ বাবে ‘হিট ষ্ট্ৰোক’ দায়ী নহয়। তেনেহ’লে কি?

এই মৃত্যু সন্দৰ্ভত ৰাজ্য দুখনৰ চৰকাৰে কয় যে মৃত্যুৰ প্ৰকৃত কাৰণৰ তদন্ত চলি আছে। উত্তৰ প্ৰদেশৰ বালিয়াত গৰমৰ বাবেই মৃত্যু হোৱা বুলি বক্তব্য দিয়াত চৰকাৰে ইতিমধ্যে দুগৰাকী চিকিৎসকক নিলম্বন কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ‘দায়িত্বহীন’ বক্তব্যৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে বিহাৰ চৰকাৰৰ এটা অংশই পুনৰ স্বীকাৰ কৰিছে যে এই মৃত্যুৰ আঁৰত হিট ষ্ট্ৰোক আছে। অৱশ্যে গ্ৰীষ্ম প্ৰবাহৰ ফলত হোৱা মৃত্যু, নে এই মৃত্যুৰ আঁৰত আন কিবা কাৰণ আছে, সেই বিষয়ে ৰাজ্য দুখনৰ প্ৰশাসনিক সূত্ৰৰ তথ্য অনুসৰি তদন্ত অব্যাহত আছে।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত তাপপ্ৰবাহত মৃত্যু ৭০:

বিহাৰ সীমান্তৱৰ্তী উত্তৰ প্ৰদেশৰ জিলা বালিয়া। ১৬-১৮ জুনৰ ভিতৰত এই জিলাত ৫৪ জন লোকৰ মৃত্যু হয়। গৰমৰ বাবেই লোকসকলৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বালিয়া জিলা চিকিৎসালয়ত উশাহ-নিশাহ লোৱাত কষ্ট পোৱা আৰু জ্বৰ হোৱাৰ লক্ষণৰ সৈতে প্ৰতিদিনে বৃদ্ধি পাইছে ভৰ্তিৰ সংখ্যা। তাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। বালিয়াৰ মুখ্য স্বাস্থ্য বিষয়া এছ কে যাদৱে সংবাদ মাধ্যমৰ আগত কয়, “মৃত্যুৰ কাৰণৰ তদন্ত চলি আছে। মৃত্যুৰ কাৰণ জানিব পৰাৰ পিছতহে প্ৰমাণ-পত্ৰত ইয়াৰ উল্লেখ কৰা হ’ব।”

উত্তৰ প্ৰদেশৰ আন এখন জিলা দেওৰিয়াত বিগত ২৪ ঘণ্টাত ৫০ জন লোক গৰমৰ ফলত আক্ৰান্ত হৈছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাই। আনহাতে, বিহাৰৰ ভোজপুৰ জিলাত ৫০ জন লোকৰ মৃত্যু হৈছে। ৰাজ্য প্ৰশাসনৰ এটা অংশই স্বীকাৰ কৰিছে যে কেইবাজনো ৰোগীৰ হিট ষ্ট্ৰোকত মৃত্যু হৈছে। আৰা সদৰ চিকিৎসালয়ৰ চিকিৎসক ঋষিয়ে সংবাদ মাধ্যমৰ জনোৱা মতে, “হিট ষ্ট্ৰোকৰ বাবে ৩৫ জন ৰোগীক ভৰ্তি কৰা হৈছে। ২০ জুনত ২৫ জন লোকৰ মৃত্যু হৈছিল। নিহতসকলৰ অধিকাংশই বয়স্ক। তেওঁলোকৰ জ্বৰ আৰু হিট ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ লক্ষণ আছিল।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BiharhotheatUttarPradeshউত্তপ্তগৰমউত্তৰপ্ৰদেশবিহাৰ
Share4Tweet3Send

Related Posts

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

by News Desk
October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
51
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
51
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d