ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Bishnu rabha divas Celebrate I বকলীয়াঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 20, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আজি বকলীয়াঘাট (Bokoliaghat)ত অসম সাহিত্য সভাৰ উদ্যোগত, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ আতিথ্যত আৰু বকলীয়াঘাট শাখা সাহিত্য সভাৰ সহযোগত কেন্দ্ৰীয়ভাৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস (Bishnu Rabha Divas)টি উদযাপন কৰা হয়৷ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্যকান্ত হাজৰিকাই ৷ পাতাকা উত্তোলন কৰি দিয়া ভাষণত ড: হাজৰিকাই কয় যে, পাহাৰীয়া জিলাখনত বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপনে পাহাৰ ভৈয়ামৰ জনগনৰ মাজত সম্প্ৰীতি অধিক সুদৃঢ় কৰিব ৷

 ৰাভা দিৱস উদযাপন
বকলীয়াঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন:

পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি গিৰীশ সন্দিকৈয়ে৷ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান পদুম বৰাই৷ কুঁহি, ৰামধেনু আৰু আকাশৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ মাজত বিভিন্ন প্ৰতিযোগীতাসমুহ অনুষ্ঠিত কৰা হয়৷ দিনৰ ১১’৩০ বজাৰ পৰা মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ৷

ড: সূৰ্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাৱে অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙে কয় যে, বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বি আংলং ভ্ৰমণ কালত কাৰ্বি জনগোষ্ঠীটোৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিষয়ত গভীৰ অধ্যয়ন কৰিছিল৷ পাহাৰীয়া জিলাখনৰ তেতিয়াৰ ক্ষুদ্ৰ বৰা, জয়ছিং দলৈ, ছত্ৰছিং টেৰণৰ সৈতে ৰাভাৰ আছিল সুসম্পৰ্ক ৷ সেয়েহে হয়তু বিষ্ণু প্ৰসাদ ৰাভাই কাৰ্বি সকলক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল বুলি তেৰাঙে মন্তব্য কৰে৷

rabhap | ASSAM TIMES POST

নিদিষ্ট বক্তা হিচাৱে উপস্থিত থকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণা শইকীয়া বৰদলৈয়ে ৰাভাৰ কৰ্মৰাজীৰ ওপৰত তত্বগধুৰ ভাষণ প্ৰদান কৰে৷ সভাপতিৰ ভাষণত ডঃ সূৰ্যকান্ত হাজৰীকাই কয় যে, অসমৰ সমাজ জীৱনলৈ বিষ্ণু প্ৰসাদ ৰাভাৰ যি অৱদান সেয়া কৈ শেষ কৰিব নোৱাৰি ৷ কলাগুৰু জনাৰ আদৰ্শ আৰু সৃষ্টিৰাজিক সজিব কৰি ৰাখিবলৈ অসমত এটা সংগ্ৰহালয় নিৰ্মাণৰ বাৱে সংকল্প লোৱাৰ কথা ব্যক্ত কৰে ৷

আজিৰ প্ৰজন্মই বিষ্ণু ৰাভাৰ পৰা শিকিব আৰু জানিব লগা বহু কথা আছে বুলি মন্তব্য কৰে৷ এই বিষয়ত অসম চৰকাৰক তেও গুৰত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷উল্লেখ্য, আজিৰ মুকলি সভাতে, কলাগুৰু নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে কাৰ্বি লামেট আমেইৰ সভাপতি বাৰিম ইংতিয়ে ৷ বড়ো সাহিত্য সভাৰ সভাপতি অৰবিন্দ উজীৰ, কাৰ্বি আংলং তিৱা সাহিত্য সভাৰ সভাপতি খৰছিং খলাৰৰ লগতে বহু কেই গৰাকী বিশিষ্ট লোকে আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাখনত অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ প্ৰদান কৰে৷

Tags: Bishnu rabha divasবিষ্ণুপ্ৰসাদৰাভাদিৱস
Share4Tweet3Send

Related Posts

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
ADVERTISEMENT
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

June 8, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx