ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু-দলদলীৰ মাজৰ ৰে’ল লাইনৰ কাষত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
June 1, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

 বৃহস্পতিবাৰে পুৱাৰ ভাগত ডিফুৰ সমীপৰ ডিফু-দলদলীৰ ৰে’লৱে (Diphu-Daldali railway track) কিলোমিটাৰ নম্বৰ 226/01ৰ মাজৰ ৰে’ল লাইনৰ কাষত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ (Unidentified body recovered) হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিফু চৰকাৰী ৰেল আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৭ মান বজাত ডিফু-দলীৰ মাজৰ ৰেল লাইনৰ কাষত এজন অচিনাক্ত লোক পৰি থকা বুলি খবৰ লাভ কৰি ডিফু চৰকাৰী ৰেল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি মেচৰ নেতৃত্বত পহৰা চকীৰ ষ্টাফৰ সহযোগত ঘটনাস্থলীৰ পৰা মৃত অৱস্থাত পৰি থকা এজন প্ৰায় ৪৫ বছৰীয়া অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

DEATHP | ASSAM TIMES POST

লোকজন নিশা ৰে’লৰ পৰা মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ লোকজনে পিন্ধি থকা সাজপাৰৰ পৰা লোকজনক ৰেল আৰক্ষীয়ে কোনো খুজি-মাগি খোৱা লোক বা পগলা সন্দেহ প্ৰকাশ কৰিছে৷ মৃত লোকজনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ নথি-পত্ৰ আৰু মোবাইল ফোন উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে লোকজনক চিনাক্ত কৰিবলৈ সক্ষম নহ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা ডিএমচিএইছৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিবলৈ দিছে৷
এই সন্দৰ্ভ ডিফু ৰেল আৰক্ষী পহৰা চকীত ১ জুন ২০২৪ ইং তাৰিখত ৪৯০ /২৩ ত দৈনিক দৰজ পঞ্জীত দৰজ দি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷

Tags: unidentified bodyঅচিনাক্ত মৃতদেহ
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx