ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Minor Girl Rape I নাবালিকাক অপহৰণ কৰি দুবছৰ ‘ধৰ্ষণ’! গ্ৰেপ্তাৰ অভিযুক্ত

নিউজ ডেস্কঃ

News Desk by News Desk
May 30, 2023
Reading Time: 1 min read
A A
0
Minor Girl Rape I নাবালিকাক অপহৰণ কৰি দুবছৰ ‘ধৰ্ষণ’! গ্ৰেপ্তাৰ অভিযুক্ত

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ (Gorakhpur in Uttar Pradesh) এগৰাকী ১১ বছৰীয়া কিশোৰীক (11-year-old girl) আটক কৰি দুবছৰ ধৰি ধৰ্ষণ (Rape for two years) কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ লাটুৰৰ পৰা গ্ৰেপ্তাৰ হয় এজন যুৱক (youth arrested in Latur)। ফেচবুকত দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছিল। ইয়াৰ পিছত অভিযুক্তই নাবালিকাক মহাৰাষ্ট্ৰলৈ মাতি আনি দুবছৰ ধৰি এই ঘটনা সংঘটিত কৰে।

‘ধৰ্ষণ
নাবালিকাক অপহৰণ কৰি দুবছৰ ‘ধৰ্ষণ:

২০২১ চনৰ ২৪ ডিচেম্বৰত গোৰখপুৰত নিৰুদ্দেশ নাবালিকা ছোৱালীৰ এজাহাৰ দাখিল কৰা হৈছিল। নাবালিকাৰ কোঠাত ঘৰৰ সদস্যই তালাচী চলাই দুটা মোবাইল নম্বৰ উদ্ধাৰ কৰে। নাবালিকাৰ ঘৰৰ পৰা তেওঁৰ এটা নম্বৰত ফোন কৰা হৈছিল। পৰিয়ালৰ লোকে জনোৱা মতে, এজন যুৱকে ফোনটো উঠায়। নিজকে হায়দৰাবাদৰ শ্বেখ বুলি পৰিচয় দি তেওঁ কয় যে নাবালিকাগৰাকী এতিয়াও তেওঁৰ লগত আছে আৰু তেওঁ ঘৰলৈ উভতি যাব নিবিচাৰে। গতিকে পৰিয়ালৰ লোকসকলকো ফোনযোগে তেওঁক ঘূৰাই পোৱাৰ আশা এৰি দিবলৈ কয়।

ইয়াৰ পিছতে ঘৰৰ মানুহৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। উক্ত মোবাইল নম্বৰটোৰ স্থান অনুসৰণ কৰি দেখে যে মহাৰাষ্ট্ৰৰ লাটুৰৰ পৰা নম্বৰটো ব্যৱহাৰ কৰা হৈছে। সেই অনুসৰি আৰক্ষীয়ে মহাৰাষ্ট্ৰলৈ গৈ অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে। সোধা-পোছাৰ অন্তত আৰক্ষীয়ে গম পায় যে অভিযুক্তই আগতে গোৰখপুৰত বাস কৰিছিল।

তাতে ফেচবুকৰ আধাৰত নাবালিকাগৰাকীক লগ পায়। লাহে লাহে সেই পৰিচয় এটা শাৰীৰিক সম্পৰ্কলৈ গঢ় লৈ উঠে। এই সম্পৰ্কৰ দোহাই দি যুৱকজনে নাবালিকাগৰাকীক লাটুৰলৈ লৈ যায়। বিগত দুবছৰ ধৰি নাবালিকাগৰাকীক ঘৰত আবদ্ধ কৰি ৰাখি ধৰ্ষণ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে অভিযুক্তই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ট্ৰেনজিট ৰিমাণ্ডত অভিযুক্তক গোৰখপুৰলৈ লৈ যায়। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Tags: Rapeধৰ্ষণ
Share4Tweet3Send

Related Posts

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

by News Desk
June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

by News Desk
June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT