ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Journalists’ Association I অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ

অজন্তা তালুকদাৰ, বোকাখাত :

News Desk by News Desk
May 12, 2023
Reading Time: 1 min read
A A
0
Journalists’ Association I অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ( New Committee of Assam State Journalists’ Association) নতুন সমিতিয়ে যোৱা ৭ মে’ত গুৱাহাটীৰ মিডিয়া ট্ৰাষ্টত অনুষ্ঠিত এক অনুষ্ঠানত দায়িত্ব গ্ৰহণ কৰে৷ সন্থাৰ মৰিগাঁও অধিবেশনত আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা (Jeetu Sharma Rajkhowa) আৰু প্ৰদীপ ডেকা (Pradeep Deka)ৰ নেতৃত্বত নতুন সমিতিক কাৰ্য্যভাৰ অৰ্পন কৰে পুৰণি কাৰ্যনিৰ্বাহকে৷

এই উপলক্ষে বিদায়ী সভাপতি তথা পুনৰ অৰ্থাৎ চতুৰ্থ বাৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱা জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদায়ী সাধাৰণ সম্পাদক ৰাতুল বৰাই সংগঠনটোক আজিৰ পৰ্যায়ত গঢ়ি তোলাৰ বাবে কৰা ত্যাগৰ বাবে প্ৰতিগৰাকী বিষয়ববীয়াই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আজীৱন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এগৰাকী অভিভাৱক হিচাপে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায় ৷

 সাংবাদিক সন্থা
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ:

বিদায়ী সাধাৰণ সম্পাদক ৰাতুল বৰাই সংগঠনটোক বৰ্তমানৰ পৰ্যায়ত উপনীত কৰাৰ ক্ষেত্ৰত আন বহুকেইজনৰ লগতে কমল নাথ, জিতু কলিতা, জিতু শৰ্মা ৰাজখোৱা, প্ৰদীপ ডেকাৰ অৱদানৰ কথা উল্লেখ কৰে ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাই ইণ্ডিয়ান জাৰ্ণলিষ্ট ইউনিয়নৰ স্বীকৃতি লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বৰাই মন্তব্য কৰে ৷ জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক ড° হৰমোহন কলিতাই নৱ নিৰ্বাচিত বিষয়ববীয়াসকলক শপতবাক্য পাঠ কৰায় ৷

ইফালে সাধাৰণ সম্পাদকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰি প্ৰদীপ ডেকাই কয় যে আগন্তুক দিনত অসম ৰাজ্যিক সাংবাদিক সন্থাক শক্তিশালী কৰি তোলাৰ বাবে প্ৰতিগৰাকী সাংবাদিকৰ দিহা পৰামৰ্শেৰে পদক্ষেপ গ্ৰহণ কৰা হ’ব আৰু সাংবাদিকৰ লগতে সংবাদক্ষেত্ৰৰ বিকাশৰ বাবে কাম কৰা হ’ব৷ সাধাৰণ সম্পাদক ডেকাই মৰিগাঁও অধিবেশনখন সাফল্যমণ্ডিত কৰাৰ আঁৰত ড° হৰমোহন কলিতাৰ দৰে ব্যক্তিৰ অনন্য অৱদানৰ বাবে তেওঁক কৃতজ্ঞতা জনোৱাৰ লগতে ড° কলিতাক সভাত বিশেষ সম্বৰৰ্ধনা জনায় ৷

গুৱাহাটী মহানগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত অনুষ্ঠিত কাৰ্য্যভাৰ গ্ৰহণ অনুষ্ঠানত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য জিতু কলিতা, নৱ-নিৰ্বাচিত কাৰ্য্যকৰী সভাপতি মনোজ বৰঠাকুৰ, উপ-সভাপতি জ্যোতিৰ্ময় হাজৰিকা, সহকাৰী সম্পাদক অভিজিত দুৱৰা, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক জয়জ্যোতি গগৈ, পৰাগ শইকীয়া, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাতুল ডেকা আৰু গুৱাহাটী মহানগৰ সমিতিৰ হিলদুল গগৈয়ে নতুন সমিতিক শুভেচ্ছা আৰু দিহা পৰামৰ্শ আগবঢ়ায়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Journalists' Associationসাংবাদিক সন্থা
Share5Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
51
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d