![]()
যোৱা ৪ মেʼত উত্তৰ প্ৰদেশত (Uttar Pradesh Election) প্ৰথম পৰ্যায়ৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয়। বৃহস্পতিবাৰে যোগী (Yogi) ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন। আজি ৮টা সংমণ্ডলৰ ৩৮খন জিলাত ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হোৱাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যখনত নিৰাপত্তা কটকটীয়া হৈ পৰিছে। নিৰাপত্তাৰ মাজতে আৰম্ভ হৈছে অন্তিম ৰাউণ্ডৰ ভোটগ্ৰহণ। আজি প্ৰায় চাৰি লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।











