Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত
বেংগালুৰুত এগৰাকী ৪৭ বছৰীয়া বিজ্ঞানীয়ে আত্মহত্যা কৰে। এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সীত (এডিএ) কৰ্মৰত লোকজনে ছিগেহল্লীৰ বাসগৃহৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই পৰে। ...







