KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন
মঙলবাৰে ডিফুত উদযাপন (Celebrating at Diphu) কৰা হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ...







