JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
জম্মু-কাশ্মীৰৰ পুঞ্চত অৰণ্যৰে আগুৰি থকা পাহাৰীয়া গুহাত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান বিচাৰি উলিয়াইছে ভাৰতীয় সেনাই। চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ ...







