ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Same-sex marriage | সমলিংগ বিবাহক স্বীকৃতি দিয়া হওক, দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি অনুৰোধ পিতৃ-মাতৃৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 26, 2023
Reading Time: 1 min read
A A
0
Same-sex marriage | সমলিংগ বিবাহক স্বীকৃতি দিয়া হওক, দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি অনুৰোধ পিতৃ-মাতৃৰ

RELATED POSTS

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

৪০০ৰো অধিক এলজিবিটিক অভিভাৱকে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ (D Y Chandrachud) পত্ৰ লিখি সমলিংগ বিবাহক (Same-sex marriage) স্বীকৃতি দিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে লিখিছে যে তেওঁলোকৰ সন্তানে বিশেষ বিবাহ আইনৰ অধীনত বৈধ বিবাহ লাভ কৰাটো তেওঁলোকে চাব বিচাৰে। উচ্চতম ন্যায়ালয়ত সমলিংগ বিবাহ সন্দৰ্ভত চতুৰ্থ দিনৰ শুনানিত এই গোটৰ অধিবক্তাই বিভিন্ন যুক্তি দাঙি ধৰি এনে বিবাহক স্বীকৃতি দিবলৈ অনুৰোধ জনায়।

D Y Chandrachud
সমলিংগ বিবাহক স্বীকৃতি দিবলৈ অনুৰোধ

সমলিংগ বিবাহক বৈধতা প্ৰদানৰ বাবে তেওঁলোকৰ সন্তানে আদালতত যুঁজ দিয়াৰ লগে লগে অভিভাৱকসকলো একত্ৰিত হৈছে। লগতে গোটৰ হৈ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখা হৈছে। ভাৰতত বিবাহ সমতাৰ বাবে অভিভাৱকসকলে মুখ্য ন্যায়াধীশলৈ পত্ৰযোগে কাতৰ অনুৰোধ জনাইছে। তেওঁলোকে লিখিছে, শিশুৰ জীৱন আৰু যৌনতাৰ চিন্তা অনুভৱ কৰি তেওঁলোকে মানি লৈছিল। এতিয়া এই বিবাহৰ আইনী বৈধতা বিচাৰিছে। চিঠিখনত লিখা আছে- “এনে বিবাহৰ বিৰোধিতা কৰাসকলৰ প্ৰতি আমি সহানুভূতিশীল। কাৰণ এসময়ত আমাৰ বহুতেই সেই পক্ষত আছিলোঁ। কিন্তু শিক্ষা, আলোচনা আৰু ধৈৰ্যৰ জৰিয়তে আমি বুজি পাওঁ যে আমাৰ লʼৰা-ছোৱালীৰ চিন্তা-ভাবনা শুদ্ধ। আজি সমলিংগ বিবাহৰ বিৰোধিতা কৰাসকলেও এদিন আমাৰ লগত যোগ দিব।”

সমলিংগ বিবাহৰ অধিবক্তাই আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত সংবিধান বিচাৰপীঠৰ সন্মুখত নিজৰ যুক্তি দাখিল কৰে। অধিবক্তা গীতা লুথ্ৰাই কয় যে জি-২০ গোটৰ ১২খন দেশে ইতিমধ্যে সমলিংগ বিবাহক স্বীকৃতি দিছে। ফলত ভাৰত পিছ পৰি ৰোৱা উচিত নহয়।

সমলিংগ বিবাহক মোডী চৰকাৰে ‘অভিজাত শ্ৰেণীৰ মতাদৰ্শ’ হিচাপে উপস্থাপন কৰিছে।শুনানিৰ সময়ত ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে অধিবক্তা মীনাক্ষী গুৰুস্বামীক সোধে, ভাৰতত বহু বৈচিত্ৰ্য আছে। এই গোটৰ সকলোকে প্ৰতিনিধিত্ব কৰি আছে নেকি? হয়তো বহুতে শুনা নাই। মীনাক্ষীয়ে উত্তৰ দিয়ে, যিসকলে সম্পৰ্কৰ নতুন সংজ্ঞাত যোগদান কৰিব বিচাৰে, তেওঁলোকে যোগদান কৰিব। যিসকলে নিবিচাৰে, তেওঁলোকে এইফালে অহাৰ প্ৰয়োজন নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Same-sex marriage
Share4Tweet3Send

Related Posts

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

by News Desk
October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

by News Desk
October 29, 2026
50
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

by News Desk
October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

by News Desk
October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

by News Desk
October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

by News Desk
October 28, 2026
52
ADVERTISEMENT
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
50
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
50
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d