ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chhattisgarh Murder I সুৰাপানৰ পিছত সংগম কৰিব নিদিয়াৰ বাবেই পত্নীক হত্যা স্বামীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 19, 2023
Reading Time: 1 min read
A A
0
নগাঁৱৰ জুৰীয়াত লোমহৰ্ষক হত্যাকাণ্ড : ডিঙি কাটি গৰ্ভৱতী মহিলাক হত্যা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

পত্নীৰ সৈতে ঘৰত মদ্যপান কৰি আছিল স্বামীয়ে। হঠাতে মদ খাই কামাতুৰ হৈ পৰে। পত্নীক মনৰ ইচ্ছা জনোৱাৰ পিছতে আৰম্ভ হয় অশান্তি। ছত্তীশগড় (Chhattisgarh) নিবাসী শংকৰ ৰামে মতানৈক্যৰ বাবে খঙতে পত্নীক হত্যা (Murder) কৰে। ছত্তীশগড়ৰ যশপুৰ জিলাত সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। মৃতকৰ নাম আশাবাই।

RELATED POSTS

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

chhattisgarh Murder
সুৰাপানৰ পিছত সংগম কৰিব নিদিয়াৰ বাবেই পত্নীক হত্যা স্বামীৰ:

মঙলবাৰে পুৱা আৰক্ষীয়ে হত্যাৰ অভিযোগত শংকৰক গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে নিশা শংকৰ আৰু আশা দুয়োৱেই মদ্যপান কৰি আছিল। কিছুসময় সুৰাপানৰ অন্তত শংকৰে আশাৰ লগত সংগম কৰিব বিচাৰিছিল। কিন্তু আশাই স্বামীৰ ইচ্ছাৰ প্ৰতি সঁহাৰি নিদিলে। তাৰ পৰিৱৰ্তে তেওঁ শংকৰক ঘূৰাই দিলে। সঙ্গমত সন্মতি নিদিয়াৰ বাবে শংকৰে আশাৰ লগত অশান্তি আৰম্ভ কৰে। অশান্তি অব্যাহত থকাৰ সময়তে আশাই কুঁৱাত জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায়।

শংকৰে ততাতৈয়াকৈ ঘৈণীয়েকৰ প্ৰাণ বচাবলৈ কুঁৱাৰ ওচৰলৈ দৌৰি যায়। কুঁৱাটোত জঁপিয়াই আশাক উদ্ধাৰ কৰিলে। পত্নীৰ প্ৰাণ ৰক্ষা কৰাৰ পিছত পুনৰ একে কাৰণতে দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। এইবাৰ শংকৰে আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। কাৰণ আশাই দ্বিতীয়বাৰৰ বাবে যৌন সম্পৰ্কত বাধা দিয়ে। অভিযোগ অনুসৰি, খঙত তেওঁ আশাক শাৰীৰিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, শংকৰে আশাক যৌনাংগত আঘাত কৰি ক্ষতবিক্ষত কৰে।তেওঁ আশাক অত্যাচাৰ কৰি হত্যা কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, হত্যাকাণ্ডৰ পিছত গোটেই ৰাতি শংকৰে পত্নীৰ মৃতদেহৰ কাষত বহি আছিল। স্থানীয় ৰাইজে মঙলবাৰে পুৱা আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে শংকৰক। আৰক্ষীৰ সূত্ৰ অনুসৰি, সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

Tags: Chhattisgarhকৰিব নিদিয়াৰ বাবেই পত্নীক হত্যা স্বামীৰসুৰাপানৰ পিছত সংগম
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

by News Desk
June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

by News Desk
June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

by News Desk
June 18, 2026
50
ADVERTISEMENT
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx