ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

G P Singh Press Conference! আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদঃ বাল্য বিবাহ, জি-২০ কে ধৰি আলফাৰ সৈনিক দিৱস সন্দৰ্ভত মন্তব্য প্ৰদান-

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 16, 2023
Reading Time: 1 min read
A A
0
G P Singh Press Conference!  আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদঃ বাল্য বিবাহ, জি-২০ কে ধৰি আলফাৰ সৈনিক দিৱস সন্দৰ্ভত মন্তব্য প্ৰদান-

RELATED POSTS

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

আজি ডিব্ৰুগড়ত (Dibrugarh) আয়োজিত এক সংবাদ মেলত (Press Conference) অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (G p Singh)  বাল্য বিবাহৰ (Child Marriage) ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰ সমান্তৰালকৈ আৰক্ষী এই বিষয়টোত দায়িত্ব সহকাৰে কাম কৰি যাব বুলি উল্লেখ কৰে।

G P Singh
G P Singh Press Conference

উল্লেখ্য যে, বাল্য বিবাহৰ সন্দৰ্ভত বৰ্তমানলৈকে পঞ্জীয়ন হোৱা ৪ লাখ গোচৰৰ ৮০০০ গোচৰৰ সন্দৰ্ভত ন্যায়ালয়ত অভিযোগ নামা দাখিল কৰিব সক্ষম হৈছে। আনহাতে, পঞ্জীভূত গোচৰ সমূহ আগন্তুক এপ্ৰিল মাহৰ ভিতৰত তদন্ত কৰিবলৈ প্ৰতিখন আৰক্ষী থানাক নিৰ্দেশ দিয়া হ’ব বুলি আৰক্ষী প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে। সমান্তৰালকৈ, অহা ২৩, ২৪, ২৫ মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া জি-২০ অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়া সকলৰ পৰা বিতংভাৱে জি পি সিঙে বুজ লয়। আগন্তুক ডিব্ৰুগড়ৰ জি-২০ অধিৱেশন খনি সুন্দৰকৈ অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

এই আন্তৰ্জাতিক পৰ্যায়ৰ অনুষ্ঠানখনে ডিব্ৰুগড়বাসীক সুবিধা প্ৰদান কৰাৰ লগতে জিলাখনৰ ৰাইজ এক গৌৰৱময় মুহূৰ্তৰ সাক্ষী হৈ ৰ’ব বুলি তেখেতে মন্তব্য কৰে। আনহাতে, আলফাৰ সৈনিক দিৱসৰ বিষয়ে উল্লেখ কৰি তেখেতে কয় যে, বৰ্তমানলৈকে ক”তো কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নাই যদিও উজনি অসমৰ আৰক্ষী অধীক্ষক সকলক উগ্ৰপন্থীৰ কাৰ্যকলাপৰ লগতে ধন দাবীৰ ওপৰত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। অসম আৰু নাগালেণ্ডৰ আৰক্ষী সৈতে সহযোগিতাৰে আৰু সেনাপতি চি আৰ পি এফৰ সহযোগত আৰক্ষীয়ে উগ্ৰপন্থী বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: G P Singh Press Conference
Share4Tweet3Send

Related Posts

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
ADVERTISEMENT
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
50
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d