ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Department of Fisheries I ডিফুত মীন বিভাগৰ উদ্যোগত হিতাধিকাৰীক মাছ পৰিবাহী বাহন প্ৰদান

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 15, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

আজি পুৱাৰ ভাগত ডিফু (Diphu)স্থিত মীন বিভাগৰ কাৰ্যালয়ৰ সন্মূখৰ একুৱাচেণ্ট্ৰিক কাৰ্যলয়ৰ সন্মূখত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC)ৰ মীন বিভাগ (Department of Fisheries)ৰ উদ্যোগত আৰু মীন বিভাগ অসমৰ পৃষ্ঠ পোষকতাত হিতাধিকাৰী (Beneficiary)সকলৰ মাজত গ্ৰাম়্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ জৰিয়তে আনুষ্ঠানিকভাৱে মাছ পৰিবাহী বাহন প্ৰদান কৰা হয়৷

 মীন বিভাগ
ডিফুত মীন বিভাগৰ উদ্যোগত হিতাধিকাৰীক মাছ পৰিবাহী বাহন প্ৰদান:

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) আজি ডিফুস্থিত মীন বিভাগৰ এটি ষ্টাফ কোৱাৰ্টাৰ বিল্ডিঙ (Staff Quarter Building)ৰ শুভ উদ্ধোধন (Opening) কৰাৰ পাছত হিতাধিকাৰীৰ মাজত আঠখন অট’ ট্ৰাক (Auto Truck) আৰু দুখন চাৰিচকীয়া (Two four-wheelers) বাহন আনুষ্ঠানিকভাবে বিতৰণ কৰে৷

নিজৰ ভাষণ প্ৰসংগত মুখ়্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে- জিলাখনৰ নিবণুৱা সমস্যা দূৰ কৰিবলৈ চাকৰিৰ পৰিৱৰ্তে জিলাবাসীক চৰকাৰৰ বিভিন্ন উন্নয়ণমুলক আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায় ৷ মাছৰ বিক্ৰি এক লাভজনক ব্যৱসায় ৷ আজি হিতাধিকাৰীসকলে লাভ কৰা বাহনসমূহৰ সদ ব্যৱহাৰ কৰাৰ লগতে জিলাখনৰ অৰ্থনৈতিক ব্যৱস্থাক টনকীয়াল কৰাৰ বাবে আহ্বান জনাইছে ৷ পাহাৰৰ মাজত পুখুৰী খান্দি মৎস্য উৎপাদন কৰি আত্মনিৰ্ভৰশীল হবলৈ আহ্বান জনায় ৷

336539904 228016416309063 8066622667119807815 n | ASSAM TIMES POSTসাংবাদিকৰ সৈতে হোৱা বৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেই (E.M. Madhuram Lekthe) কয় যে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ চৰকাৰৰ গ্ৰাম্য আন্ত:গাথনি উন্নয়ন পুঁজি-২৬ৰ অধীনত বিশ্ব বেঙ্কৰ জৰিয়তে ৮০ শতাংশ ৰাজ সাহায্যৰ জৰিয়তে মাছ কঢ়িয়াবলৈ বাহনসমূহ বিতৰণ কৰা হৈছে৷

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত জিলাখনত নিবণুৱা সমস্যা সমাধানৰ স্বাৰ্থত অভূত পূৰ্ব উন্নয়ন হৈছে বুলি কয় ৷ লগতে মৎস্য পালকসকলে মৎস্য পালন কৰিবলৈ জিলা মীন বিভাগৰ কাৰিকৰী বিষয়াসকলৰ পৰামৰ্শ লবলৈ আহ্বান জনায় ৷ আজিৰ আনুষ্ঠানিক বিতৰণী অনুষ্ঠানত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি আৰু বোৰ্ড চেয়াৰমেনসকল উপস্থিত থাকে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuFish transport vehicleFisheries Departmentডিফুমাছ পৰিবাহী বাহনমীন বিভাগ
Share7Tweet4Send

Related Posts

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
57
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d