ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs worth Rs 15 crore seized I বোকাজানত ১৫ কোটি টকা মূল্যৰ ব্ৰাউন ছুগাৰসহ আটক এক সৰবৰাহকাৰী

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 27, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিতৌ ন-ন স্থানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে কৌটি কৌটি টকাৰ মূল্যৰ বুজন পৰিমানৰ মাৰাত্মক ড্ৰাগছ (Drug) ৷

Drugs
Drugs worth Rs 15 crore seized in Bokajan:

যোৱা ২০ ফেব্ৰুৱাৰীত অসম-নাগালেণ্ড সীমান্তৰ খটখটীত (Khatkhati) গুৱাহাটীৰ পৰা অনা স্নিফাৰ ডগৰ সহায়ত প্ৰায় ২৪ কোটি মূল্যৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ পিছত ২৫ ফেব্ৰুৱাৰীত ডিলাই আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল প্ৰায় ৮ কোটি টকা মূল্যৰ ড্ৰাগছ ৷

তাৰ পিছতে আজি বিয়লি পুণৰ বোকাজানত এক গোপন খবৰৰ ভিত্তিত বোকাজান চি আৰপিএফ কেম্পৰ ওচৰত নাকা বহাই এখন বাছৰ পৰা বেগসহ নামি অহা এজন লোকক তালাচী চলাই লোকজনৰ কৱলৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় পাঁচ কেজি মূল্যৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ (Brown Sugar) জব্দ কৰিবলৈ সক্ষম হয় ৷

সততে নাগালেণ্ড, মণিপুৰৰ পৰা সৰবৰাহ কৰা ড্ৰাগছ এইবাৰ বিহাৰৰ পৰা অহা সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে ব্ৰাউন চুগাৰখিনি৷ বোকাজানৰ চি ২০ চি আৰপি এফ, এপিআৰজি কেম্প বোকাজান আৰু বোকাজান থানা ষ্টাফৰ তৎপৰতাত উদ্ধাৰ হৈছে যুৱ সমাজক কুঙা কৰি পেলোৱা বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছখিনি৷

আটাইতকৈ উদ্বেগজনক কথা এই যে কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ নিতৌ ন ন স্থানৰ পৰা সৰবৰাহকাৰীয়ে ন ন কৌশল প্ৰয়োগ কৰি বহিঃ ৰাজ্যলৈ নিচাযুক্ত ড্ৰাগছ সৰবৰাহৰ বাবে সৰবৰাহকাৰীয়ে অপচেষ্টা অব্যাহত ৰাখিছে ৷ কাৰবি আংলং আৰক্ষীয়েও এনে ড্ৰাগছৰ বিৰুদ্ধে সীমান্তত কঠোৰ অভিযান চলাই সৰবৰাহকাৰীৰ প্ৰতিটো অভিযান ব্যৰ্থ কৰি অহা পৰিলক্ষিত হৈছে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjeev Kumar Saikia, S.P)ই কয় যে, আজি উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনি বিহাৰৰ পৰা অনা হৈছিল৷ নাগালেণ্ডৰ নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ বাবে এইবাৰ সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি বিহাৰৰ পৰা আনিছে বুলি মন্তব্য কৰে ৷

আনহাতে ম্যানমাৰৰ লগতে মণিপুৰ ড্ৰাগছৰ সৰবৰাহ হোৱাৰ লগতে কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ট্ৰেনজিট পইণ্ট হোৱাৰ বাবে ইয়াত ড্ৰাগছ সৰবৰাহকাৰীৰ সমাগম হয়৷ যদিও আৰক্ষীয়ে সৰবৰাহকাৰীৰ সকলো চেষ্টা ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰোপৰি আজি উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনি আফগানিস্থান বা নেপালৰ পৰা সৰবৰাহ কৰা হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ আজি উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনি সৰবৰাহৰ সৈতে জড়িত বিহাৰৰ ছিৱান জিলাৰ কাগজী মহল্লাৰ লেফটেনেন্ট ৰাম সুভাকৰ পুত্ৰ সুনিল কুমাৰ (৫৫) বুলি চিনাক্ত কৰা হৈছে ৷ জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা হব বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷

Tags: BOKAJANBrown sugarবোকাজানব্ৰাউন ছুগাৰ
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx