ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

High Court I বাল্য বিবাহৰ ক্ষেত্ৰত POCSO আইন কিয়? ৯ অভিযুক্তৰ জামিন মঞ্জুৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
February 15, 2023
Reading Time: 1 min read
A A
0
High Court I বাল্য বিবাহৰ ক্ষেত্ৰত POCSO আইন কিয়? ৯ অভিযুক্তৰ জামিন মঞ্জুৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়

RELATED POSTS

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) ৪টা পৃথক বাল্য বিবাহ গোচৰৰ (Child Marriage Case) অভিযুক্তক আগতীয়া জামিন প্ৰদান কৰি বাল্য বিবাহৰ গোচৰত POCSO-ৰ অভিযোগ কিয় প্ৰযোজ্য হʼব সেই প্ৰশ্ন উত্থাপন কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়
বাল্য বিবাহৰ ক্ষেত্ৰত POCSO আইন কিয়:গুৱাহাটী উচ্চ ন্যায়ালয়

উল্লেখ্য, নাবালক-নাবালিকাৰ ক্ষেত্ৰত যৌন নিৰ্যাতন অতি গুৰুতৰ অভিযোগ। কিন্তু বাল্য বিবাহৰ ক্ষেত্ৰত সেই আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ প্ৰয়োজন আছেনে, ন্যায়াধীশৰ বিচাৰপীঠে এই প্ৰশ্ন উত্থাপন কৰিছে। ‘এইবোৰ যথেষ্ট গুৰুতৰ অভিযোগ। নিৰ্দোষী বুলি দাবী কৰা কোনো লোকক আমি মুকলি কৰি নিদিওঁ। আপোনালোকক (আৰক্ষীক) তদন্ত কৰাত কোনেও বাধা দিয়া নাই।’ এই দাবী ন্যায়াধীশসকলৰ।

মঙলবাৰৰ দিনটোতে আদালতে চাৰিটা পৃথক গোচৰৰ মুঠ ৯জন অভিযুক্তৰ জামিন মঞ্জুৰ কৰে। ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰে। মূলতঃ নাবালিকাৰ যৌন নিৰ্যাতনৰ গোচৰত প্ৰয়োগ কৰা এই আইনখন আজি আদালতে বাল্য বিবাহৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ যুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

লগতে ন্যায়াধীশ সুমন শ্যামে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে জিম্মাত ৰাখিবলৈ চৰকাৰী অধিবক্তাৰ দাবী নাকচ কৰে। অভিযুক্তক জিম্মাত ৰাখি আদালতৰ অধিক তদন্ত আৰু পৰ্যবেক্ষণৰ বাবে জেৰা কৰাটো প্ৰয়োজনীয় নহয়।

‘আপুনি আইন অনুসৰি চাৰ্জ শ্বীট দাখিল কৰে, শাস্তি থাকিলে হ’ব। কিন্তু ই মানুহৰ ব্যক্তিগত জীৱনত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। ঘৰত মানুহ আছে, লʼৰা-ছোৱালী আছে, আন মানুহো আছে। বাল্য বিবাহ ঠিক নহʼব পাৰে, নিশ্চিতভাৱে বেয়া কথা, কিন্তু সময় আহিলে আমি এই বিষয়ে কথা পাতিম।’- আদালতে চৰকাৰী অধিবক্তাক এইদৰে কয়।

‘ইয়াত বিষয়টো হ’ল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’লত ভৰোৱা হ’বনে নাই। জে’লত আপোনালোকৰ ঠাই নাই, ডাঙৰ জে’ল নিৰ্মাণ কৰক।’ ন্যায়াধীশ শ্যামে চৰকাৰৰ অধিবক্তাক কয়।এক কথাত কʼবলৈ গʼলে নাবালিকাৰ যৌন নিৰ্যাতনৰ ক্ষেত্ৰত সাধাৰণতে POCSO আইন প্ৰয়োগ কৰা হয়।

যদি কোনো যৌন সম্পৰ্ক নাথাকে তেন্তে অভিযুক্তক ন্যূনতম ৩ বছৰৰ পৰা সৰ্বাধিক পাঁচ বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনা বিহা হʼব পাৰে।
এই অপৰাধ জামিনযোগ্য নহয়, আৰু আৰক্ষীয়ে ৱাৰেণ্ট অবিহনে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰে। যৌন সম্পৰ্কৰ বাবে ন্যূনতম বিশ বছৰৰ পৰা সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা বিহা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Child marriageGauhati High Courtগুৱাহাটী উচ্চ ন্যায়ালয়বাল্য বিবাহ
Share5Tweet3Send

Related Posts

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
52
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d